ETV Bharat / state

গোসাইগাঁৱত স্বচ্ছ ভাৰতৰ ফোপোলা স্বৰূপ - assam news

স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণক সজাগ সচেতনতা সৃষ্টি কৰিৱৰ বাবে কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণে সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপ নাই ৷ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যেন সেই ফোঁপোলাস্বৰূপৰ এক অংশ ৷

গোসাইগাঁৱত স্বচ্ছ ভাৰতৰ ফোপোলা স্বৰূপ
author img

By

Published : Apr 26, 2019, 10:25 PM IST

কোকৰাঝাৰ, 26 এপ্ৰিলঃ স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণক সজাগ সচেতনতা সৃষ্টি কৰিৱৰ বাবে কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণে সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰূক্ষেপই নাই ৷ কোকৰাঝাৰৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যেন সেই ফোঁপোলাস্বৰূপৰ এক অংশ । কিয়নো আৱৰ্জনাই আৱৰি ধৰিছে শ্ৰীৰামপুৰ বজাৰৰ চৌদিশ ।

গোসাইগাঁৱত স্বচ্ছ ভাৰতৰ ফোপোলা স্বৰূপ

আনহাতে একাংশ ব্যৱসায়ীয়ে নলা-নৰ্দমা সমূহ আৱৰ্জনা আৰু মাটিৰে পূৰ্ণ কৰি পদ পথসমূহ বেদখল কৰাৰ ফলত বাৰিষা এজাক বৰষুণৰ ফলত বজাৰখন পানীৰে উপচি পৰে । ফলত লেতেৰা পানীৰে উপচি পৰে বজাৰ চৌহদ । বাৰিষাৰ আগতে যদি বিহিত ব্যৱস্থা কৰা নাযায়, তেন্তে ভয়ানক লেতেৰা পৰিৱেশৰ সৃষ্টি হ'ব বুলি সচেতন মহলে মত প্ৰকাশ কৰে ।

স্বচ্ছ ভাৰতৰ ফোঁপোলা স্বৰূপ শ্ৰীৰামপুৰ বজাৰত আৱৰ্জনাৰ দ'মl

A_KOJ_26APRIL_SWACH BHARAT_805_806_KANAK

গোসাইগাঁও 26এপ্ৰিল,স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণক সজাগ সচেতনতা সৃষ্টি কৰিৱৰ বাবে কোটি কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণে সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰুক্ষেপ নাই।কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যেন সেই ফোঁপোলাস্বৰূপৰ এক অংশ।শ্ৰীৰামপুৰ বজাৰত চৌদিশে আৱৰ্জনাই আৱৰি ধৰিছে।আনহাতে একাংশ ব্যৱসায়ীয়ে নলা-নৰ্দমা সমূহ আৱৰ্জনা আৰু মাটিৰ পূৰ্ন কৰি পদ পথসমূহ বেদখল কৰাৰ ফলত বাৰিষা এজাক বৰষুণৰ ফলত বজাৰখন পানীৰে উপচি পৰে।বজাৰৰ চৌদিশে এনে ধৰণৰ পৰিবেশ।ফলত লেতেৰা পানীও উপচি পৰে।সমাগত বাৰিষাৰ আগতে যদি বিহীত ব্যৱস্হা কৰা নাযায়,তেন্তে ভয়ানক লেতেৰা পৰিৱেশৰ সৃষ্টি হ'ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.