ETV Bharat / state

আজি ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান CCTOA ৰ - ওদালগুৰি

ওদালগুৰি বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

১২ ঘণ্টীয়া অসম বন্ধ
author img

By

Published : Feb 13, 2019, 3:08 PM IST

ওদালগুৰি, ১৩ ফেব্ৰুৱাৰী: জনজাতিকৰণৰ বিৰুদ্ধে জনজাতি সংগঠনৰ বিক্ষোভ ।ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি । জনজাতিকৰণৰ বিৰুদ্ধে বুধবাৰে সংগঠনটোৱে পুনৰ বাৰ আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হ'ল ওদালগুৰি জিলাত ।

১২ ঘণ্টীয়া অসম বন্ধ
জিলা খনৰ ওদালগুৰি সদৰ, টংলা, ৰৌতা,মাজবাট,ওৰাং, হৰিশিঙা, কলাইগাঁও,খৈৰাবাৰী আদি অঞ্চলত সমূহত বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান । যান বাহনৰ চলাচল এক প্ৰকাৰে স্তব্ধ হয় পৰিছে বন্ধৰ সময়ছোৱাত । ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহনৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হ'ল ।
undefined

জনজাতিকৰণৰ বিৰোধিতাৰে আহ্বান কৰা বন্ধৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ওদালগুৰিত

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতি কৰণৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল জনজাতি সংগঠন সমূহৰ সনন্বয়ৰক্ষী সমিতি । জনজাতিকৰণৰ বিৰুদ্ধে আজি সংগঠনটোৱে পুনৰ বাৰ আহ্বান কৰা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গল ওদালগুৰি জিলাত । জিলা খনৰ ওদালগুৰি সদৰ, টংলা, ৰৌতা,মাজবাট,ওৰাং, হৰিশিঙা, কলাইগাঁও,খৈৰাবাৰী আদি অঞ্চলত  বন্ধ হৈ পৰে  ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো।  যান বাহনৰ চলাচল এক প্ৰকাৰে স্তব্ধ হয় পৰিছে বন্ধৰ সময়ত।  ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথতো দেখা গল যান বাহনৰ সেৰেঙা উপস্থিতি।অৱশ্যে বন্ধৰ সময়ছোৱাত বৰ্তমানলৈকে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি আহি পৰা নাই। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.