ETV Bharat / state

লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা - এবিএমছু

2017 চনৰ এক আগষ্টত কোকৰাঝাৰৰ টিতাগুৰিত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ সভাপতি লাফিকুল ইছলামক

কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা
author img

By

Published : Jul 4, 2019, 5:08 PM IST

কোকৰাঝাৰ, 4 জুলাইঃ লাফিকুল ইছলামৰ হত্যাকাৰীক বিচাৰি উলিওৱাত চিবি আই ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি কোকৰাঝাৰত বৃহস্পতিবাৰে এবিএমছুৱে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ উল্লেখ্য যে 2017 চনৰ এক আগষ্টত কোকৰাঝাৰৰ টিতাগুৰিত দুৰ্বৃত্তই দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল এবিএমছুৰ সভাপতি লাফিকুল ইছলামক ৷ এবিএমছুৰ সভাপতি গৰাকীৰ হত্যা কাণ্ডৰ অহা ১ আগষ্টত দুবছৰ পূৰ্ণ হ'ব যদিও আজিলৈকে হত্যাকাৰীৰ সন্ধান নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে এবিএমছুৱে ।

কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা

আনহাতে লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়া,ডি ভোটাৰৰ সমস্যা সমাধান কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে এবিএমছুৱে কোকৰাঝাৰ শিশু উদ্যানত ৰাতিপুৱা ১১বজাৰ পৰা দিনৰ ১ বজালৈ ২ঘন্টা ধৰ্ণা দিয়ে। শতাধিক এবিএমছু কৰ্মীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন লৈ অসম চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে

Intro:কোকৰাঝাৰত এবিএমসুৰ ধৰনা
লাফিকুলৰ হত্যাকাৰীক বিচাৰি উলিওইওয়াত ব্যৰ্থ চিবি আই: এবিএমছু।

2017 চনৰ এক আগষ্টত দ্রুষ্টিকাৰিয়ে টিতাগুৰিত দিনদুপৰতে গুলিয়াই হত্যা কৰা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যা কাণ্ডই অহা ১ আগষ্টত দুবছৰ পূৰ্ণ কৰিব জদিও আজিলৈকে হত্যাকাৰীৰ সন্ধান নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এবিএমচৱে।

Body:লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়া, ডি ভোটাৰৰ সমস্যা সমাধান কৰা আদিকে ধৰি কৈবাটাও দাবীৰ সমৰ্থনত আজি এবিএমছুৱে কোকৰাঝাৰ শিশু উদ্যানত ৰাতিপোৱা ১১বজাৰ পৰা ১ বজালী ২ঘন্টা ধৰনা ৰূপায়ণ কৰে। সোধাধিক এবিএমছু কৰ্মীয়ে হাতে হাতে বেনাৰ, ফেস্তন, প্লেকাৰ্ড লয় বিটিচি প্ৰশাসন, অসম চৰকাৰ হাই হাই, দৰে বিভিন্ন শ্লোগানৰে উত্তাল কৰে।

Conclusion:এবিএমছৰ কোকৰাঝাৰ জিলাৰ সভাৱটি জাইডোল ইছলামে লাফিকুল ইছলামৰ হত্যাকাণ্ড আঁৰত ৰাজনীতিক সৰুযন্ত্ৰ আছে যাৰ কাৰণে আজিলৈকে হত্যাকাৰীক আটক কৰিব নোৱাৰিলে প্ৰশাসনে। অতিচিগৰে হত্যাকাৰীক চিনাক্ত কৰি ওলাইদিব দাবী কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.