ETV Bharat / state

কোকৰাঝাৰ জিলাৰ 9 গৰাকীকৈ লোকৰ আত্মগোপন

author img

By

Published : Apr 1, 2020, 8:33 PM IST

কোকৰাঝাৰ জিলাত আত্মগোপন কৰি আছে জামাতত অংশ্ৰহণ কৰি ওভতা 9 গৰাকীকৈ লোকে ৷ যাক লৈ বৰ্তমান শংকিত হৈ পৰিছে কোকৰাঝাৰবাসী ৷

9 গৰাকীকৈ লোকৰ আত্মগোপন
9 গৰাকীকৈ লোকৰ আত্মগোপন

কোকৰাঝাৰ, 1 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন জামাতত মাৰাত্মক কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহ তথ্যই দেশজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে, বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাত জামাতত অংশ্ৰহণ কৰি ওভতা 9 গৰাকীকৈ আত্মগোপন কৰি থকা লোকক লৈ শংকিত হৈ পৰিছে কোকৰাঝাবাসী ৷ প্ৰাপ্ত তথ্য অনুসৰি আত্মগোপন কৰি থকা লোককেইজন হ'ল, উমৰ আলি শ্বেখ, বুদ্ধৱ আলি, আহৱ আলি সোনাৰু, শ্বাহ আলম, মোজাম্লিল মিঞা, জাহানুনৱদিন, উমৰ আলি আৰু চানী পাল ৷ এইসকল লোক ঘৰলৈ ওভতাৰ পিচতো চৈধ্য দিনৰ বাৱে ক্যুৱাৰান্টাইনত থকাৰ কোনো তথ্য নোপোৱাত এতিয়া বিপাঙত পৰিছে কোকৰাঝাৰ জিলা প্ৰশাসন ৷ ইতিমধ্যে সেইসকল লোকক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

কোকৰাঝাৰ জিলাৰ 9 গৰাকীকৈ লোকৰ আত্মগোপন

আনহাতে ৰাজ্যৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, পশ্চিম অসমৰ দুৱাৰমুখ কোকৰাঝাৰ জিলাত বৰ্তমানেও কৰ'ণা ভাইৰাছৰ লগত যুঁজ দিব পৰাকৈ পৰ্যাপ্ত ব্যৱস্থা নাই ৷ ইয়াৰোপৰি সম্প্ৰতি হেণ্ড চেনিটাইজাৰ, মাস্ক আদিৰ অভাৱেও দেখা দিছে জিলাখনত ৷

লগতে পঢ়কঃ নিজামুদ্দিন দৰগাহৰ তবলীগ জামাতত ভাগ লোৱা বৰপেটাৰ ৮ জনক ক্যুৱাৰান্টাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.