ETV Bharat / state

কোকৰাঝাৰত ১৭ সংখ্যক বড়োলেণ্ড দিৱস উদযাপন

author img

By

Published : Feb 10, 2019, 3:20 PM IST

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১৭ সংখ্যক বড়োলেণ্ড দিৱস

কোকৰাঝাৰ,১০ফেব্ৰুৱাৰী: ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত হোৱা ঐতিহাসিক বি টি চি চুক্তিয়ে দেওবাৰে ১৭ বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বি টি চি চৰকাৰৰ সহযোগত বদফা নগৰত অনুষ্ঠিত কৰা বড়োলেণ্ড দিৱস এইবেলিও জাকজমকতাৰে পালন কৰা হৈছে ।

১৭ সংখ্যক বড়োলেণ্ড দিৱস
ইপিনে এই অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচীত দেৱৰগাঁওস্থীত শ্বহীদ উদ্যানত পুৱা শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীযে। লগতে এই অনুষ্ঠানত বিটিচি প্ৰধানৰ ওপৰি সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিটিচিৰ বহুকেইজন বিষয়ববিয়া আৰু বড়োলেণ্ডৰ শ্বহীদ পৰিয়ালবৰ্গ উপস্থিত থাকে ।
undefined

উল্লেখ যে বড়োলেণ্ড দিৱসৰ লগত সংগতি ৰাখি এক মুকলি সভা আয়োজন কৰা হৈছে। যত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Intro:কোকৰাঝাৰত 17তম বড়োলেণ্ড দিৱস। বড়োলেণ্ড শ্বহীদ ক শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ কাৰ্যসূচী।

2003 চন ৰ 10 ফেব্ৰুৱাৰী ত হোৱা এতিহাসিক বি তি চি চুক্তি আজি 17 বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বি টি চি চৰকাৰ উদ্ধক ত বড়োলেণ্ড দিৱস এবেলিও জাকজমক ৰে পালন কৰা হৈছে বদফা নগৰত।

Body:প্ৰথমটো কাৰ্যসূচী হিচাবি আজি ৰাতিপুৱা 8.00 বজাত দেবৰগাঁও ত থকা শ্বহীদ উদ্যান ত শ্বহীদ ৰ প্ৰতি শ্ৰদ্ধান জ্বলি গীয়াপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীযে। লগতে থাকে সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিটিচি ৰ প্ৰায়ভাক কাৰ্যবাহী সদস্য, উপৰিও বড়োলেণ্ড শ্বহীদ পৰিয়ালবৰ্গ আৰু শ শ জনতায়ে।

Conclusion:উল্লেখ যে বড়োলেণ্ড দিৱস পালন সংগতি ৰাখি এক বিশাল মুকলি খোৱা আয়োজন কৰা হৈছে।যত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আৰু হিমন্ত বিশ্ব শৰ্মা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.