ETV Bharat / state

বিশ্ববিদ্যালয় অনুদান আয়োগৰ 12B status বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ

বিটিচিৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ স্বীকৃতি ৷ নামনি অসম তথা বড়োলেণ্ডৰ শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনক প্ৰদান কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ স্বীকৃতি যাক কোৱা হয় 12B Status ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 12B status
author img

By

Published : Nov 7, 2019, 4:07 AM IST

Updated : Nov 7, 2019, 11:27 AM IST

কোকৰাঝাৰ,6 নৱেম্বৰঃ কোকৰাঝাৰস্থিত বিটিচিৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰদান কৰে 12B Status ৷ বৃহত্তৰ বিটিচি অঞ্চলৰ শিক্ষাৰ্থীসকলৰ লগতে শৈক্ষিক আৰু সামাজিক সংস্কাৰ সাধনৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয়খনক প্ৰদান কৰে এই বিশেষ স্বীকৃতি ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 12B status

লগতে পঢ়কঃ বালিচাঙৰ বাকৰিত ১২টা ভাষাত,১০ হাজাৰ লোকৰ কণ্ঠৰে নিগৰিত "মানুহে মানুহৰ বাবে"

2008 চনত কোকৰাঝাৰ চহৰৰ নাতি দূৰৈৰ দেৱৰগাঁওত স্থাপন কৰা হৈছিল বড়োলেণ্ড বিশ্ববিদ্যালয় ৷ বৰ্তমান সময়লৈকে বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠা নাই যদিও বিগত সময়ছোৱাত বহুটো গুণগত মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়খনে ৷ যাৰ বাবেই বিশ্ববিদ্যালয়খনত গৱেষণাকে ধৰি অন্যান্য বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় পূঁজি প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰে এই বিশেষ স্বীকৃতি ৷

বিশ্ববিদ্যালয়খনে লাভ কৰা বিশেষ স্বীকৃতিৰ ফলস্বৰূপে বুধবাৰে অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্যসূচী ৷ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি সমাজৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,উপ-প্ৰধান খাম্ফা বৰগয়াৰী,বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য কিৰণ হাজৰিকা, উপাচাৰ্য ডঃ লাইশ্ৰম লাড়ু সিং,পঞ্জীয়ক ৰাজেশ বৰ্মণৰ লগতে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী উপস্থিত থাকে ৷

Intro:বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 12 বি স্বীকৃতি উৎসৱ মুখৰ পৰিবেশ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ক আন্ত:জাৰ্তিক শিক্ষাৰ হাৱ হিচাপে গড় দিয়াৰ সুবিধা আছে: কিৰণ হাজৰিকা।

বড়ো শক্তি এটা এটা অংশ হিচাবে 2008 চনত কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেৱৰগাঁওত, বৰ্তমান নামনি অসমৰ এক মাত্ৰ বিশ্ববিদ্যালয় হিচাবে জনজাত বড়োলেণ্ড বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। কৈবাবছৰ অতিক্ৰম হোৱাৰ পিছত উই জি চি য়ে 12 বি স্বীকৃতি প্ৰধান কৰা হৈছে। এয়াক সংগতি ৰাখি আজি বিশ্ব বিদ্যালয়ত এক প্ৰাপ্তিৰ উৎসৱৰ আয়োজন কৰা হয়।

Body:বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডঃ লাইশ্ৰম লাড়ু সিঙৰ সভাপতিত্বত আয়োজন কৰা সভাত উই জি চিৰ সদস্য কিৰণ হাজৰিকা, বিটিচিৰ প্ৰধান হাগ্ৰামা মাহিলাৰী, বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্প বর্গয়াৰী, বিধায়ক এমানুৱেল মোছাহাৰী আদিকে ধৰি ব্যক্তিয়ে অপষ্টিত থাকে।

অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি উই জি চিৰ সদস্য কিৰণ হাজৰিকায়ে কৈযে আজিৰ দিনটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ বিটিএডি বাসী আৰু নামনি অসমৰ জনসাধাৰণৰ বাবে এক ইতিহাসিক দিন, তদুপৰি বিশ্ববিদ্যালয়খন কিছু দেশ যেনে নেপাল, ভূটান, বাংলাদেশ সীমান্তত গুটিকে শিক্ষাৰ্থী সকলৰ কাৰণে আধুনিক শিক্ষাৰ প্ৰয়োজনিও সা সুবিদা প্ৰদান কৰিব পাৰিলে ভৱিষ্যত ব্যবড়োলেণ্ড বিশ্ব বিদ্যালয়খনক এখন আন্ত:জাৰ্তিক শিক্ষাৰ হাৱ হিচাবে গঢ়ি তুলিব পৰা যাববুলি উল্লেখ কৰে। বিটিএডি অঞ্চলত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰয়োজন আছে আৰু উই জি চি
ই বিবিচনা কৰাহব বুলি কয়।

Conclusion:উল্লেখযোগ্য যে বিটিচি বিভাগৰ কাৰ্যবাহী সদস্য খাম্প বর্গয়াৰীয়ে আজিৰ দিনটো বিটিএডিৰ বাসী বাবে স্মৰণীয় হৈ ৰব বুলি উল্লেখ কৰে। বড়োলেণ্ড বিশ্ব বিদ্যালয়খনক এখন উচ্চ মানৰ শিক্ষা উনুষ্ঠান গৰিতুলাৰবাবে প্রচেষ্টা চলাইযাব।

Byte_কিৰণ হাজৰিকা
Byte_খাম্প বর্গয়াৰী।
Last Updated : Nov 7, 2019, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.