ETV Bharat / state

এটা পথৰ দুৰৱস্থাই জলাকলা খোৱাইছে ৰাইজক - পাথাৰকান্দি সমষ্টিৰ ডেংগাৰবন্দ গাঁৱ

বিধায়ক গৰাকীয়ে পথটোত দুগাড়ীমান চেণ্ডগেভেল পেলাই পথটোৰে যাতায়তৰ উপযোগী কৰি দিয়ে যদিও ,গাঁওখনৰ স্থানীয় ৰাইজে বিধায়ক গৰাকীক অতি শ্ৰীঘ্ৰে পথছোৱা সম্পূৰ্ণকৈ মেৰামতি কৰি দিবলৈ দাবী জনাই ৷

un-development-village-rode-at-karimganj
কৰিমগঞ্জত এটা পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে ৰাইজক
author img

By

Published : Jul 30, 2020, 1:40 PM IST

কৰিমগঞ্জ,30 জুলাইঃ কৰিমগঞ্জত এটা পথে জ্বলাকলা খোৱাইছে এখন গাঁওৰ ৰাইজক । পথৰ মাজত প্ৰকাণ্ড গাঁত নে পুখুৰী ধৰিবই নোৱাৰি । এই পথটি আছে পাথাৰকান্দি সমষ্টিৰ ডেংগাৰবন্দ গাঁৱত । বিগত দহ বছৰ ধৰি প্ৰায় একেই অৱস্থাত আছে পথটো ।

কৰিমগঞ্জত এটা পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে ৰাইজক

ইপিনে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃশেন্দু পালক পথটিৰ বিষয়ে অৱগত কৰে ৷ বিধায়ক গৰাকীয়ে পথটোত দুগাড়ীমান চেণ্ডগেভেল পেলাই পথটোৰে যাতায়তৰ উপযোগী কৰি দিয়ে যদিও ,গাঁওখনৰ স্থানীয় ৰাইজে বিধায়ক গৰাকীক অতি শ্ৰীঘ্ৰে পথছোৱা সম্পূৰ্ণকৈ মেৰামতি কৰি দিবলৈ দাবী জনাই ৷

লগতে পঢ়কঃ গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ’ল কেইবা বিঘা কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.