ETV Bharat / state

জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ ছিদ্দিক আহমেদৰ

author img

By

Published : Jan 27, 2021, 2:21 PM IST

কৰিমগঞ্জ জিলাৰ বদৰপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ মৃত্যু ৷ হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিধায়কগৰাকীয়ে ৷

জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ ছিদ্দিক আহমেদৰ
জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ ছিদ্দিক আহমেদৰ

কৰিমগঞ্জ,27 জানুৱাৰী : বদৰপুৰৰ কংগ্ৰেছী বিধায়ক জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ সমবেদনা ব্যক্ত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে ৷ 26 জানুৱাৰীৰ নিশা হঠাৎ অসুস্থ হৈ পৰা বিধায়কগৰাকীক ভৰ্তি কৰোৱা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ নিৰ্দেশ দিয়ে ৷ কিন্তু শিলচৰলৈ নিয়াৰ যো-জা চলাওঁতেই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.