ETV Bharat / state

ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ - ত্ৰিপুৰা

অটো আৰু বলেৰোৰ মুখামুখি সংঘৰ্ষত নিহত অটোচালক ৷ ঘটনাৰ পাচতে পলায়ন কৰে বলেৰোৰ চালকজনে ৷

ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ
author img

By

Published : Apr 27, 2019, 1:01 AM IST

কোকৰাঝাৰ, 26 এপ্ৰিলঃ ত্ৰিপুৰাৰ খোৱাইত অটোৰিক্সা দুৰ্ঘটনাত মৃত্যু চালকৰ। শুকুৰবাৰে বিয়লি TR-06G-3823 নম্বৰৰ অটোখনৰ লগত TR-06 A-1505 নম্বৰৰ বলেৰ' গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ দুৰ্ঘটনাটোত ঘটনাস্থলীতেই মৃত্যু হয় অটো চালক মহেশ দেৱবৰ্মাৰ। চম্পাহাওৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বলেৰ' চালকজন পলাতক বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷

ত্ৰিপুৰাৰ পথ দুৰ্ঘটনাত মৃত্যু অটো চালকৰ

লগতে পঢ়কঃ কলিয়াবৰৰ তেল টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

Intro:পথ দুৰ্ঘটনাত মৃত্যু চালকৰBody:Slug.Road Accident Death Auto Driver.

ত্ৰিপুৰাৰ খোৱাইত অটো ৰিস্কা দুৰ্ঘটনাত মৃত্যু চালকৰ।আজি বিয়লি চম্পাহাওৰ আৰক্ষী থানাৰ অন্তৰ্গত চম্পকনগৰ পৰা তুলাশিখৰৰ একলব্য বিদ্যালয়ত দুজন যাত্ৰী লৈ ৰোৱানা দিয়ে TR 06G.3823 নম্বৰৰ নিজৰ অটো ৰিস্কা লৈ চালক মহেশ দেৱবৰ্মা কলাবাগান অঞ্চলত অহাৰ লগে লগে TR 06,A,1505 নম্বৰৰ বলৰো গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাস্থলীতেই মৃত্যু হয় অটো চালক মহেশৰ।পৰবৰ্তী সময়ত মৰণত্তৰ পৰীক্ষাৰ বাবে চম্পাহাওৰ আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰে।Conclusion:বলৰো চালক পলাতক বুলি জানিবলৈ পোৱা গৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.