কৰিমগঞ্জ,3 ডিচেম্বৰঃ বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ কোনো অচিনাক্ত বাহনৰ খুন্দাত বাহাদুৰ কিষাণ নামৰ ব্যক্তি গৰাকীৰ মৃত্যুহোৱা বুলি স্থানীয় লোকে অনুমান কৰিছে ৷ উল্লেখযোগ্য যে, মৃত্যু হোৱা ব্যক্তিজনৰ ঘৰ ঝাৰখণ্ডত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ