ETV Bharat / state

কৰিমগঞ্জত বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে

author img

By

Published : Sep 13, 2019, 2:26 PM IST

শুকুৰবাৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুপ্ৰাকান্দিৰ প্ৰাথমিক বিদ্যালয়ত কৰিমগঞ্জৰ জিলাপ্ৰশাসনৰ বিষয়া কৰ্মচাৰী লগত লৈ পৰিদৰ্শন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ৷

কৰিমগঞ্জত এখন প্রাথমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে

কৰিমগঞ্জ,13ছেপ্টেম্বৰঃ

  • কৰিমগঞ্জত হঠাৎ উপস্থিত মন্ত্ৰী ৰিহন দৈমাৰী
  • শুকুৰবাৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুপ্ৰাকান্দিৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে
  • মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায়
  • লগতে বিদ্যালয়খনত মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীক কি কি প্ৰদান কৰা হয় পৰিদৰ্শন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে

Intro:Body:কৰিমগঞ্জত এটা প্রাথমিক বিদ্যালয় পৰিদৰ্শন কৰিবলৈ মন্ত্ৰী ৰিহন দৈমাৰী।
আজি দক্ষিণ কৰিমগঞ্জ সমষ্টির সুপ্রাকান্দি 930 পিননগৰ প্রাথমিক বিদ্যালৱত করিমগঞ্জেৰ জেলাশাসক এম এস মণিবন্ধন এৰ লগত লৈ পৰিদৰ্শন কৰেন এই প্রাথমিক বিদ্যালৱ। মন্ত্রী ৰিহন দৈমাৰী স্কুলেৰ প্রধান শিক্ষক আৰু ছাত্র ছাত্রী দেৰকে সচ্ছতা উপৰ গুৰুত্ব প্ৰদান কৰা আহ্বান জানান। লগতে আজি মধ্যাহ্ন ভোজনত কি প্রাদান কৰা হব এ দেখিবলৈ রান্না ঘৰ পৰিদৰ্শন কৰে।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.