ETV Bharat / state

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

author img

By

Published : Dec 3, 2020, 10:09 AM IST

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত বিদ্যালয়-কলেজসমূহ পুনৰ আৰম্ভ হ'ব ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুযায়ী শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ
ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথ

কৰিমগঞ্জ, 3 ডিচেম্বৰ : ক'ভিড মহামাৰীৰ ফলত বন্ধ হৈ পৰা ত্ৰিপুৰাৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুযায়ী চলিত বছৰৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল বিদ্যালয়সমূহ ৷

স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুযায়ী 7 ডিচেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা শিক্ষা বিভাগে SOP ৰ জৰিয়তে বিদ্যালয়সমূহ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশেষকৈ ত্ৰিপুৰা ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীত আৰম্ভ হ'ব পাঠদান । সংবাদমেলযোগে এই তথ্য প্ৰকাশ কৰে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ৷

লগতে পঢ়ক : ধেমাজিত কৃষক মুক্তিৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.