ETV Bharat / state

কৰিমগঞ্জত শ্ৰীগুৰু ৰবিদাসৰ জন্ম জয়ন্তী উদযাপন - CELEBRATIONS

কৰিমগঞ্জ জিলা ৰবিদাস উন্নয়ন সমাজৰ ব্যৱস্থাপনাত পাথাৰকান্দি সমষ্টিৰ হাতিখিৰা অঞ্চলত আধ্যাত্মিক পৰিৱেশৰ মাজত পালন কৰা হয় সন্ত ৰবিদাসৰ 644 সংখ্যক জন্ম জয়ন্তী ।

কৰিমগঞ্জত শ্ৰী গুৰু ৰবিদাসৰ জন্মজয়ন্তী উদযাপন

author img

By

Published : Feb 28, 2021, 11:23 AM IST

Updated : Sep 11, 2021, 4:32 PM IST

কৰিমগঞ্জ,28 ফেব্ৰুৱাৰীঃ শনিবাৰে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশৰ মাজেৰে পালন কৰা হ’ল সন্ত শিৰোমণি শ্ৰীগুৰু ৰবিদাৰ 644 সংখ্যক জন্ম জয়ন্তী । সেই উপলক্ষে কৰিমগঞ্জ জিলা ৰবিদাস উন্নয়ন সমাজৰ ব্যৱস্থাপনাত পাথাৰকান্দি সমষ্টিৰ হাতিখিৰা অঞ্চলত আধ্যাত্মিক পৰিৱেশৰ মাজত পালন কৰা হয় সন্ত ৰবিদাসৰ জন্ম জয়ন্তীৰ অনুষ্ঠান ।

কৰিমগঞ্জত শ্ৰী গুৰু ৰবিদাসৰ জন্মজয়ন্তী উদযাপন
কৰিমগঞ্জত শ্ৰী গুৰু ৰবিদাসৰ জন্মজয়ন্তী উদযাপন

দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা জন্ম জয়ন্তী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, আঞ্চলিক পঞ্চায়তৰ সদস্য মণিৰাজ কুৰ্মীৰ লগতে ৰবিদাস সমাজৰ চৌধুৰীসকল ।

লগতে পঢ়কঃ "মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

Last Updated : Sep 11, 2021, 4:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.