ETV Bharat / state

কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট

author img

By

Published : Jul 30, 2020, 7:42 PM IST

ৰেপিড টেষ্ট কৰোৱাৰ পাচত ফলাফল নিগেটিভ আহিলেহে প্ৰৱেশ কৰিব পাৰিব উপায়ুক্তৰ কাৰ্যালয়ত ৷ কাৰ্যালয়ত গণ সংক্ৰমণ ৰোধৰ লগতে পৰীক্ষণৰ সংখ্যা বঢ়াবলৈ এই সিদ্ধান্ত ৷

কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট
কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত গ’লে বাধ্যতামূলক হ’ব ক’ভিড টেষ্ট

কৰিমগঞ্জ,30 জুলাইঃ এতিয়াৰে পৰা কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত যাতে কৰ’ণাৰ গণ সংক্ৰমণ নহয় তাৰ বাবে কৰ্তৃপক্ষই লৈছে বিশেষ ব্যৱস্থা ৷ সেই অনুসৰি এতিয়াৰে পৰা উপায়ুক্ত কাৰ্যালয় লৈ গ’লে ক’ভিড টেষ্ট কৰোৱাটো বাধ্যতামূলক হৈ পৰিছে ৷

ৰেপিড টেষ্ট কৰোৱাৰ পাচত ফলাফল নিগেটিভ আহিলেহে প্ৰৱেশ কৰিব পাৰিব উপায়ুক্তৰ কাৰ্যালয়ত ৷ উল্লেখ্য যে,জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত হৈছে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ৷

জিলাখনত বৃদ্ধি পোৱা গণ সংক্ৰমণৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীও কৰ‘ণাত আক্ৰান্ত হোৱা বাবে উপায়ুক্ত কাৰ্যালয়ে এই ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.