ETV Bharat / state

কৰিমগঞ্জত গণ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Nov 17, 2020, 7:35 PM IST

গণ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিমগঞ্জত ৷ ধৰ্ষণত জড়িত দোষীৰ ফাঁচীৰ দাবী কৰি মঙলবাৰে চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে অল ইণ্ডিয়া ডি এছ অ’ নামৰ সংগঠনটোৱে ৷

Protest against rape in karimganj assam etv bharat news
গণ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ

কৰিমগঞ্জ,17 নৱেম্বৰ: কৰিমগঞ্জৰ নিলাম বজাৰত সংঘটিত গণ ধৰ্ষণৰ মূল অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ ৷ দোষীৰ ফাঁচী দাবী কৰি চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে অল ইণ্ডিয়া ডি এছ অ’ নামৰ সংগঠনটোৱে ৷ উল্লেখ্য যে,বিগত ১৩ নৱেম্বৰত কৰিমগঞ্জৰ নিলাম বজাৰত ত্ৰিপুৰাৰ পৰা অহা দুই জনজাতীয় যুৱতী গণ ধৰ্ষণৰ বলি হৈছিল ৷ এই কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে এক স্মাৰকপত্ৰ ৷

লগতে চাওকঃ লখিমীক আদৰিবলৈ সাজু আঘোণ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.