ETV Bharat / state

বিধ্বস্ত পথ মেৰামতিৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ ৰাইজৰ - বিধ্বস্ত ৰূপ

এটা বিধস্ত পথে জলাকলা খুৱাইছে দক্ষিণ কৰিমগঞ্জ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত কেওটকোনা পঞ্চায়তৰ 7 নং ওৱার্ড বাসীক ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথাচাৰীয়ে বহু কষ্টৰে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় বুলি জনায় গাঁওবাসীয়ে ।

pathetic road condition at karimganj
pathetic road condition at karimganj
author img

By

Published : Sep 19, 2020, 6:21 AM IST

কৰিমগঞ্জ, 18 ছেপ্টেম্বৰ : কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত কেওটকোনা পঞ্চায়তৰ 7 নং ওৱার্ডৰ পথটোৱে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে । বিগত কেইটামান বছৰে চৰকাৰে এই পথটো মেৰামতি নকৰাৰ ফলত পথছোৱা বোকাময় হৈ বিধস্ত ৰূপ ধাৰণ কৰাৰ অভিযোগ গাঁওবাসীৰ । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথাচাৰীয়ে বহু কষ্টৰে এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় বুলি জনায় গাঁওবাসীয়ে ।

বিধ্বস্ত পথ মেৰামতিৰ বাবে চৰকাৰলৈ কাতৰ অনুৰোধ ৰাইজৰ

ইপিনে গাঁওবাসীৰ অভিযোগ অনুসৰি পথৰ দুৰৱস্থাৰ বাবে গাঁও খনলৈ নাহে ১০৮ মৃত্যুঞ্জয় সেৱা। চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ গ্ৰাম্য উন্নয়ন আঁচনিয়ে এই পথছোৱা ঢুকি নাপালে বুলি অভিযোগ গাঁওবাসীৰ । সেয়ে স্থানীয় ৰাইজে এই পথছোৱা মেৰামতি কৰিবৰ বাবে চৰকাৰক দাবী জনায়।

লগতে পঢ়ক : বিশ্ব বাঁহ দিৱসঃ চাইকেল ব্ৰেণ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.