ETV Bharat / state

কৰিমগঞ্জত সাম্প্ৰদায়িক মন্তব্য় কৰি ৰঙা ঘৰৰ আলহী এজন

author img

By

Published : Apr 23, 2020, 12:28 AM IST

কৰিমগঞ্জৰ ইছলাম উদ্দিন নামৰ ব্যক্তি এগৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । কৰিমগঞ্জৰ কেইবাটাও সংগঠনৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ব্যক্তি গৰাকীক ।

কৰিমগঞ্জ
কৰিমগঞ্জত প্ৰাম্প্ৰদায়িক মন্তব্য় কৰি ৰঙা ঘৰৰ আলহী হ' ল এজন

কৰিমগঞ্জ, ২২ এপ্ৰিলঃ ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙা ঘৰৰ আলহী হ'ল কৰিমগঞ্জৰ ইছলাম উদ্দিন নামৰ লোকজন । কৰিমগঞ্জৰ ৰন্ধন গেছৰ এজেঞ্চীত মেনেজাৰ হিচাপে নিয়োজিত আছিল ইছলাম উদ্দিন ।

উল্লেখ্য যে, ২১ এপ্ৰিলত ইছলাম উদ্দিনে ফেছবুক একাউন্টৰ পৰা সাম্প্ৰদায়িক পোষ্ট কৰি সমাজত বিষবাষ্প ছটিওৱাৰ অভিযোগ উত্থাপন কৰি ব্যক্তিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বহু কেইটা সংগঠনে ।

যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বিশ্ব হিন্দু পৰিষদ, বজৰং দল সহ আন কেইবাটাও সংগঠনৰ গোচৰৰ ভিত্তিতে কৰিমগঞ্জ আৰক্ষীয়ে ইছলাম উদ্দিনক গ্ৰেপ্তাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.