ETV Bharat / state

কৰিমগঞ্জত মুক্তিপণ ১ লাখ টকা বিচাৰি অপহৰণকাৰীৰ ফোন - অপহৰন

অপহৰণকাৰীয়ে দাবী কৰিলে মুক্তিপণৰ বাবে ১ লাখ টকা । অপহৰণকাৰীক আটক কৰি আৰক্ষীয়ে যাবলৈ দিলে ব্যক্তিগত জামিনত ৷

ETV BHARAT
কৰিমগঞ্জত মুক্তিপণ ১ লাখ টকা বিচাৰি অপহৰণকাৰীৰ ফোন
author img

By

Published : Apr 18, 2020, 7:42 PM IST

কৰিমগঞ্জ, 18 এপ্ৰিলঃ কৰিমগঞ্জ জিলাৰ কেউটকোনা গাঁৱত সংঘটিত হয় এক অপহৰণৰ ঘটনা । অপহৃত লোকজনৰ নাম জনৈক লুকুছ আলি

কৰিমগঞ্জত মুক্তিপণ ১ লাখ টকা বিচাৰি অপহৰণকাৰীৰ ফোন

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অপহৃত লুকুছ আলীয়ে আন কোনো লোকৰ লগত অবৈধ ড্ৰাগছ সৰবৰাহৰ লগতে জড়িত আছিল বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰী লোক কেইজনৰ লগত লুকুছ আলীৰ 60-70 হাজাৰ টকা লেনদেন থকা বুলি লুকুছ আলীয়ে সদৰি কৰে ৷ আনহাতে,অপহৃত লুকুছ আলীৰ পৰিয়ালৰ লোকে নিলাম বজাৰ আৰক্ষী থানাত অপহৰণৰ ঘটনাটি অৱগত কৰি এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীৰ ফোন কলৰ ভিত্তিত মেঘনাবড়ান্তৰ নামৰ এখন হাবিৰ পৰা উদ্ধাৰ কৰে লুকুছ আলিক । লুকুছ আলীক উদ্ধাৰৰ পিছত সকলো ৰহস্য ফাদিল হয়। ঘটনা অনুসৰি ড্ৰাগছ সৰবৰাহত লিপ্ত থকা লুকুছ আলীৰ সতীৰ্থয়েই অপহৰণ কৰি ফোন যোগে 1 লাখ টকা দাবী কৰিছিল পৰিয়ালক ৷ ইতিমধ্যে নিলামবজাৰ আৰক্ষীয়ে সেই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন লোকক আটক কৰে যদিও আৰক্ষীয়ে ৩৬৪ (এ)/৩৪ গোচৰ ৰুজু কৰি ব্যাক্তিগত জামিনত মুকলি কৰি দিয়ে । কিন্তু প্ৰশ্ন হয় অপহৰণ তথা অবৈধ ড্ৰাগছ সৰবৰাহত অভিযুক্ত লোক এজনক গ্ৰপ্তাৰ কৰাৰ পিছত কি কাৰণত থানাৰ পৰি মুকলি কৰি দিলে আৰক্ষীয়ে সেয়া এক ৰহস্য সৃষ্টি কৰিছে সচেতন মহলত ৷

লগতে পঢ়ক- লকডাউনৰ নিয়ম অমান্য কৰি গ্ৰেপ্তাৰ এম্বুলেন্স চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.