কৰিমগঞ্জ, 30 জুলাইঃ কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুবজ্যোতি দেৱৰ দেহত ধৰা পৰে কৰ'ণা পজিটিভ । সমগ্ৰ ৰাজ্যতেই বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ঠিক একেদৰে কৰিমগঞ্জতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে অতিৰিক্ত উপায়ুক্ত ধ্ৰুবজ্যোতি দেৱৰ দেহত ধৰা পৰিছে কৰ'ণা পজিটিভ । তেওঁৰ গাড়ী চালক আৰু নিৰাপত্তাৰক্ষীৰ দেহতো কৰ'ণা পজিটিভ ধৰা পৰিছে বুলি জানিবলৈ পোৱা গৈছে ।
কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্তৰ দেহত কৰ'ণা প'জিটিভ - কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্তৰ দেহত কৰ'ণা প'জিটিভ
কৰিমগঞ্জত অতিৰিক্ত উপায়ুক্ত গৰাকীও ইতিমধ্যে ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷
কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্তৰ দেহত ধৰা পৰে কৰ'ণা প'জিটিভ