ETV Bharat / state

কৰিমগঞ্জত কৰ‘ণাত আক্ৰান্ত শাক পাচলি ব্যৱসায়ী - khalilur rahman

ব্যৱসায়ীজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগৰ ৷

vegitable seller qurantine all famaliy member khalilur rahman
শাক পাচলি ব্যৱসায়ী কৰ‘ণাত আক্ৰান্ত
author img

By

Published : May 24, 2020, 12:46 PM IST

কৰিমগঞ্জ, 24মেঃ কৰিমগঞ্জ জিলাৰ বদৰপুৰত ধৰা পৰা গিৰিশগঞ্জৰ কৰ‘ণা আক্ৰান্ত ব্যক্তিজন আছিল এগৰাকী শাক পাচলি বেপাৰী । ইপিনে খলিলুৰ ৰহমান নামৰ ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক ইতিমধ্যে গিৰিশগঞ্জ আদৰ্শ চিকিৎসালয়ত কোৱাৰেন্টাইনত ৰখা হৈছে । লগতে তেঁও বদৰপুৰত চন‘গ্ৰাফী কৰা পৰীক্ষাগাৰটোও বন্ধ কৰি দিয়া হৈছে ।

শাক পাচলি ব্যৱসায়ী কৰ‘ণাত আক্ৰান্ত

ব্যৱসায়ীগৰাকীৰ সংস্পৰ্শলৈ অহা চিকিৎসক, নাৰ্ছসহ বহুকেইজনৰ নমুনা সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইন কৰা হৈছে । তেওঁৰ ঘৰৰ ওচৰ চুবুৰীয়া অঞ্চলটোক কনট্ৰেনমেণ্ট জ‘ন ঘোষণা কৰা হৈছে ৷ তেওঁৰ ট্ৰেভেল হিষ্ট্ৰি এতিয়ালৈকে পোৱা নাই, যাৰবাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এয়া লৈ তদন্ত অব্যাহত ৰাখিছে বুলি জিলা উপায়ুক্ত এম. আণবামাথুন এমপিয়ে কয় ৷

লগতে পঢ়কঃ গোলকগঞ্জত কৰ'ণা ভাইৰাছত আক্ৰান্ত মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.