নিউজ ডেস্ক, 26 জানুৱাৰীঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কৰিমগঞ্জত জাতীয় পতাকাক চৰম অৱমাননা ৷ গণৰাজ্য দিৱসৰ এক অনুষ্ঠানত ওলোটাকৈ জাতীয় পতাকা উত্তোলন কৰিলে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ চক্ৰ বিষয়া এল খিংতেই ৷
মাজুলীঃ আনহাতে মাজুলীতো দেখিবলৈ পোৱা গ'ল আন এক দৃশ্য ৷ মাজুলীৰ ১১০ নং গুৱালাবাৰী প্ৰাথমিক বিদ্যালয়ত সন্ধ্যা ৬ :১৪ বজালৈ উৰি থাকিল দেশৰ স্বাভিমান জাতীয় পতাকাখন ৷
লগতে পঢ়ক ঃ নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্ৰদৰ্শন