ETV Bharat / state

1 লাখ 76 হেজাৰ ভোটাৰে প্ৰত্যাখান কৰিলে ৰাধেশ্যাম বিশ্বাসক! - এআইইউডিএফ

এআইইউডিএফ'ৰ প্ৰাৰ্থী গৰাকীৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে নমশুদ্ৰ সুশীল সমাজৰ লোক সকলৰ ৰাধেশ্যাম বিশ্বাস'ক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ ৷

ৰাধেশ্যাম বিশ্বাসক নিজৰ জনজাতীয় লোকৰ প্ৰত্যাখ্যান !
author img

By

Published : Apr 17, 2019, 11:13 AM IST

কৰিমগঞ্জ , 17 এপ্ৰিল : জনজাতীয় লোকে প্ৰত্যাখ্যান কৰিলে এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক ৷ কৰিমগঞ্জৰ কালিগঞ্জত এক প্ৰতিবাদী সভাৰ জৰিয়তে নমশুদ্ৰ সুশীলা সমাজৰ নেতৃবৃন্দ সকলে ৰাধেশ্যাম বিশ্বাস'ক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ৰাধেশ্যাম বিশ্বাসক নিজৰ জনজাতীয় লোকৰ প্ৰত্যাখ্যান !

এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস নমশুদ্ৰ সম্প্ৰদায়ৰ লোক ৷ এআইইউডিএফ'ৰ প্ৰাৰ্থী গৰাকীৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে ক্ষোভিত হৈ পৰে নমশুদ্ৰ সুশীলা সমাজৰ লোক লকল ৷ ৰাধেশ্যাম বিশ্বাসৰ এনে মন্তব্যৰ বাবে ক্ষোভিত লোক সকলে এইবেলি তেখেতক ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে নমশুদ্ৰ সুশীল সমাজৰ লোক সকলে প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস মন্দিৰক লৈ ৰাজনীতি নকৰাৰ আহ্বান জনায় ৷ উল্লেখ্য যে কৰিমগঞ্জ লোকসভা সমষ্টিত নমশুদ্ৰ সম্প্ৰদায়ৰ লোকৰ প্ৰায় 1 লাখ 76 হেজাৰ ভোটাৰ আছে ৷

Intro:SLUG : AIUDF CANDIDATE REFUSED BY HIS OWN COMMUNITY.

কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰ বেকফুট'ত পৰিল এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস । নিজৰ জনজাতীয় লোকে প্ৰত্যাখ্যান কৰিলে ৰাধেশ্যাম বিশ্বাস'ক । কৰিমগঞ্জৰ কালিগঞ্জত এক প্ৰতিবাদী সভাৰ জৰিয়তে নমশুদ্ৰ সুশীলা সমাজৰ নেতৃবৃন্দ সকলে ৰাধেশ্যাম বিশ্বাস'ক এইবাৰ ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । এআইইউডিএফ'ৰ  উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ কাৰনে এই সিদ্ধান্ত ল'লে নমশুদ্ৰ সুশীলা সমাজে । সভাত মন্দিৰ লৈ ৰাজনীতি নকৰাৰ আহ্বান নমশুদ্ৰ সুশীল সমাজৰ ।  উল্লেখযোগ্য যেন কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰায় 1 লাখ 76 হেজাৰ ভোট আছে নমশুদ্ৰ সম্প্ৰদায়ৰ লোক সকলৰ । আৰু নমশুদ্ৰ সম্প্ৰদায়ৰ লোক হৈছে এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস ।

Date : Amirul Alam siddiquey
South karimganj Body:NaConclusion:SLUG : AIUDF CANDIDATE REFUSED BY HIS OWN COMMUNITY.

কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰ বেকফুট'ত পৰিল এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস । নিজৰ জনজাতীয় লোকে প্ৰত্যাখ্যান কৰিলে ৰাধেশ্যাম বিশ্বাস'ক । কৰিমগঞ্জৰ কালিগঞ্জত এক প্ৰতিবাদী সভাৰ জৰিয়তে নমশুদ্ৰ সুশীলা সমাজৰ নেতৃবৃন্দ সকলে ৰাধেশ্যাম বিশ্বাস'ক এইবাৰ ভোট দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে । এআইইউডিএফ'ৰ  উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ কাৰনে এই সিদ্ধান্ত ল'লে নমশুদ্ৰ সুশীলা সমাজে । সভাত মন্দিৰ লৈ ৰাজনীতি নকৰাৰ আহ্বান নমশুদ্ৰ সুশীল সমাজৰ ।  উল্লেখযোগ্য যেন কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰায় 1 লাখ 76 হেজাৰ ভোট আছে নমশুদ্ৰ সম্প্ৰদায়ৰ লোক সকলৰ । আৰু নমশুদ্ৰ সম্প্ৰদায়ৰ লোক হৈছে এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.