- ৰিয়ালিটি শ্ব' Dance India Dance, Battle of champions ৰ প্ৰতিযোগী ঋষিকা সিনহাৰ গুৱাহাটীস্থিত ভাৰাঘৰত বিধায়ক কৃষ্ণেন্দু পাল
- ঋষিকাৰ পিতৃক সাক্ষাৎ কৰি বিশ হাজাৰ টকাৰ আৰ্থিক সাহায্য পাথাৰকান্দি সমষ্টিৰ বিধায়কগৰাকীৰ
- কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা নুৰখা নামৰ গাঁৱৰ বাসিন্দা ঋষিকাৰ পিতৃ
- ঋষিকা পিতৃ ৰাজু সিনহা পেচাত এজন গাড়ী চালক
- গুৱাহাটীৰ বৰবাৰীত এটা ভাৰাঘৰত পৰিয়াল সৈতে বাস কৰে ৰাজু সিনহাই
- ঋষিকা বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী
- বৰ্তমান Dance India Danceৰ জৰিয়তে ঋষিকাৰ নৃত্য প্ৰতিভাই মন জয় কৰিছে সমগ্ৰ দেশবাসীৰ
ঋষিকাৰ ঘৰত কৰিমগঞ্জৰ বিধায়ক - Etv Bharat
ঋষিকাৰ পিতৃক বিশ হাজাৰ টকাৰ আৰ্থিক সাহায্য পাথাৰকান্দি সমষ্টিৰ বিধায়কগৰাকীৰ ৷
ঋষিকা ঘৰত কৰিমগঞ্জৰ বিধায়ক
- ৰিয়ালিটি শ্ব' Dance India Dance, Battle of champions ৰ প্ৰতিযোগী ঋষিকা সিনহাৰ গুৱাহাটীস্থিত ভাৰাঘৰত বিধায়ক কৃষ্ণেন্দু পাল
- ঋষিকাৰ পিতৃক সাক্ষাৎ কৰি বিশ হাজাৰ টকাৰ আৰ্থিক সাহায্য পাথাৰকান্দি সমষ্টিৰ বিধায়কগৰাকীৰ
- কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা নুৰখা নামৰ গাঁৱৰ বাসিন্দা ঋষিকাৰ পিতৃ
- ঋষিকা পিতৃ ৰাজু সিনহা পেচাত এজন গাড়ী চালক
- গুৱাহাটীৰ বৰবাৰীত এটা ভাৰাঘৰত পৰিয়াল সৈতে বাস কৰে ৰাজু সিনহাই
- ঋষিকা বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী
- বৰ্তমান Dance India Danceৰ জৰিয়তে ঋষিকাৰ নৃত্য প্ৰতিভাই মন জয় কৰিছে সমগ্ৰ দেশবাসীৰ
Intro:Body:SLUG : MLA VISIT RISIKA'S HOUSE.
জি টি ভিৰ ৰিয়ালিটি শ্বো Dance India Dance, Battle of champions ৰ মঞ্চ কপাই অসমৰ নাম উজ্জ্বল কৰা ঋষিকা সিনহাৰ গুৱাহাটী বৰবাৰীস্থিত ভাৰাঘৰত দেওবাৰে গৈ উপস্থিত হয় পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল । বিধায়ক পালে ঋষিকাৰ পিতৃৰ লগত সাক্ষাত কৰি ঋষিকাৰ উজ্জ্বল ভবিষ্যত কামনাৰ লগতে নিজ উদ্যোগত বিশ হাজাৰ টকাৰ সাহায্য আগ বঢ়াই । ঋষিকাৰ এই জয়যাত্ৰাৰ কাহিনী ইটিভি ভাৰতে সবিস্তাৰে দেখুৱাৰ পিছত বৰ্তমানে ঋষিকাৰ শুভাকাংক্ষীৰ সংখ্যা অসমজুৰি বৃদ্ধি পাইছে । উল্লেখযোগ্য যেন কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা নুৰখা নামৰ গাঁওৰ পৰা গৈ অসমৰ নাম উজ্জ্বল কৰিব'লৈ সক্ষম হৈছে । সম্প্ৰতি জিৱীকাৰ কাৰনে ঋষিকাৰ পিতৃ ৰাজু সিনহা পৰিয়ালৰ সৈতে বৰবাৰী এলেকাত এটা ভাৰা ঘৰত থাকি মহানগৰীত গাড়ী চলাই । আৰু ঋষিকা হৈছে বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী ।Conclusion: