ETV Bharat / state

এটা পথে জ্বলাকলা খুৱাইছে ৰাতাবাৰীৰ ৰাইজক - কৰিমগঞ্জ

স্থায়ী ড্ৰেইন নিৰ্মাণ নোহোৱাৰ বাবেই কেইবাবছৰ ধৰি শোচনীয় অৱস্থাত আছে ৰাতাবাৰী তিনিআলিৰ প্ৰায় পাঁচশ মিটাৰ অংশ ৷ ভুক্তভুগী ৰাইজে অতি শীঘ্ৰেই চৰকাৰী মাটি বেদখলমুক্ত কৰি ড্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক

ৰাতাবাৰী পথৰ দুৰৱস্থাত জীয়াতু ভুগিছে স্থানীয় ৰাইজে
author img

By

Published : Jun 10, 2019, 11:54 AM IST

কৰিমগঞ্জ,10 জুনঃ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী কানাইবজাৰ ঈশানছৰা পথৰ শোচনীয় অৱস্থা । স্থায়ী ড্ৰেইন নিৰ্মাণ নোহোৱাৰ বাবে কেইবাবছৰ ধৰি শোচনীয় অৱস্থাত আছে ৰাতাবাৰী তিনিআলিৰ প্ৰায় পাঁচশ মিটাৰ অংশ। বছৰৰ বাৰটা মাহেই পথচোৱাৰ এটা অংশত জমা হৈ থাকে নলা নৰ্দমাৰ লেতেৰা পানী। যাৰ ফলত পথৰ মাজতে সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ।

ৰাতাবাৰী পথৰ দুৰৱস্থাত জীয়াতু ভুগিছে স্থানীয় ৰাইজে

উল্লেখ্য যে, ড্ৰেইন নিৰ্মাণৰ বাবে ত্ৰিশ লাখ টকা আবন্টন দিয়া হৈছে যদিও চৰকাৰী মাটি বেদখলকাৰীৰ কবলত থকাৰ বাবেই আজিলৈকে নিৰ্মাণৰ কাম আৰম্ভ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। লগতে স্থানীয় ৰাইজে চৰকাৰী মাটি বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনৰ লগত বৈঠকত মিলিত হোৱাৰ পিচতো উচ্ছেদ অভিযান চলোৱাত গুৰুত্ব দিয়া নাই স্থানীয় প্ৰশাসনে ৷ সেয়েহে ভুক্তভোগী ৰাইজে অতি শীঘ্ৰেই চৰকাৰী মাটি বেদখলমুক্ত কৰি ড্ৰেইন নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়কঃ বিধ্বস্ত পথঃ এম্বুলেঞ্চ নহয় ঠেলাত যায় ৰোগী

Intro:Body:SLUG : MISERABLE SITUATION.

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত কানাইবজাৰ ঈশানছৰা পথৰ প্ৰায় পাঁচশ মিটাৰ অংশৰ শোচনীয় অৱস্থা । স্থায়ী ড্ৰেইন নিৰ্মান নোহোৱাৰ বাবে কেবাবছৰ ধৰি শোচনীয় অৱস্থাত আছে ৰাতাবাৰী তিনিআলিৰ এই অংশ । বছৰৰ বাৰটা মাহ পথচোৱাৰ এই অংশটোত জমা হৈ থাকে নলা নৰ্দমাৰ লেতেৰা পানী । যাৰ ফলত পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । ড্ৰেইন নিৰ্মানৰ বাবে ত্ৰিশ লাখ টকা আবন্টন হৈছে যদিও চৰকাৰী মাটি বেদখলকাৰীৰ কৱলত থকাৰ বাবে নিৰ্মাণৰ কাম আজিলৈকে আৰম্ভ নহল । অথচ স্থানীয় ৰাইজে চৰকাৰী মাটি বেদখলমুক্ত কৰাবৰ কাৰনে বাৰে প্ৰশাসনৰ লগত বৈঠকত মিলিত হোৱাৰ পিছতো ৰহস্যজনক কাৰনে বছৰৰ পিছত বছৰ ধৰি উচ্ছেদ অভিযান চলোৱা নাই । যাৰ ফলক যমৰ যাতনা ভুগি আহিছে পথটোৰে যাতায়াত কৰা লোক সকলে । আনকি ৰাতাবাৰী তিনিআলিত বৰষুণ এজাক দিয়াৰ পিছত বেহাল অংশটো খোজকাঢ়ি পাৰ হবলৈ অসুবিধা হয় । বিভিন্ন সময়ত এই স্থানটোত সংঘটিত হৈছে আহিছে দুৰ্ঘটনা । ৰাইজে আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব গলে প্ৰশাসনৰ ফালৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি আন্দোলনৰ কাৰ্য্যসূচী বাতিল কৰাই দিয়ে । পিছে চৰকাৰী মাটি বেদখলমুক্ত নহয় । বৰ্তমানে ভুক্তভোগী ৰাইজৰ এটাই দাবী প্ৰশাসনে যাতে অতি শীঘ্ৰে চৰকাৰী মাটি বেদখলমুক্ত কৰি দিয়ে । যাতে ড্ৰেইন নিৰ্মানৰ কাম আৰম্ভ হয় ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.