ETV Bharat / state

সুদীপ্তাৰ কন্ঠত মোহিত কদমতলাবাসী ... কোনে কয় তাই মানসিক ভাৰসাম্যহীন !

author img

By

Published : Jul 9, 2019, 7:28 PM IST

Updated : Jul 9, 2019, 7:34 PM IST

মানসিক ভাৰসাম্য হেৰুওৱা উচ্চ শিক্ষিত, শাস্ত্ৰীয় সংগীতৰ বিশাৰদ অসম ত্ৰিপুৰা সীমান্তৰ কদমতলাৰ সুদীপ্তা দাস ৷ মানসিক ভাৰসাম্য হেৰুৱাইছে সঁচা, কিন্তু এৰা নাই গানৰ প্ৰতি মোহ ৷

সুদীপ্তা দাসৰ কন্ঠত মোহিত হৈছে কদমতলাবাসী

কৰিমগঞ্জ, 9 জুলাইঃ অসম ত্ৰিপুৰা সীমান্তৰ কদমতলাৰ সুদীপ্তা দাস নামৰ এগৰাকী প্ৰতিভাসম্পন্ন মহিলা ৷ মানসিক ভাৰসাম্য হেৰুৱাইছে সঁচা, কিন্তু এৰা নাই গানৰ প্ৰতি মোহ ৷ পথে পথে ঘূৰি ফুৰিলেও তেওঁৰ কন্ঠত গীত শুনি মোহিত হৈছে কদমতলাবাসী ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

Intro:মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী শিল্পীBody:SLUG : MENTAL SINGER.

এটা শাস্ত্ৰীয় সংগীতৰ তেওঁ আছিল বিশাৰদ । উচ্চ শিক্ষিত আছিল তেওঁ । অথচ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস । উচ্চ শিক্ষিত আনকি শাস্ত্ৰীয় সংগীতৰ বিশাৰদ এগৰাকী মহিলা বিগত পোন্ধৰ বছৰ ধৰি পথে পথে ঘুৰি আছে । মানসিক ভাৰসাম্য হেৰুৱাই জীৱনৰ অন্তিম সময়ত এনেদৰে পথে পথে ঘুৰি ফুৰিছে অসম ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলাৰ সুদীপ্তা দাস নামৰ এগৰাকী প্ৰতিভাসম্পন্ন মহিলা । মানসিক ভাৰসাম্য হেৰুৱা ই কিন্তু গানৰ প্ৰতি মোহ এৰা নাই তেওঁ । পথে পথে ঘুৰি ফুৰি থাকিলেও তেওঁৰ কন্ঠত শুনিবলৈ পোৱা যায় বিভিন্ন ধৰনৰ গীত । আৰু আজি কদমতলা ব্লক কাৰ্য্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ আছিল অন্তিমটো দিন আৰু সেই মানসিক ভাৰসাম্য হেৰুৱা মহিলা গৰাকীৰ কন্ঠত সুন্দৰ সুন্দৰ গান শুনি ত্ৰিপুৰা আৰক্ষীয়েও কলে মানসিক ভাৰসাম্য হেৰুলেও তেও কিন্তু ভাল গান গাই ।

Conclusion:তাৰ বাবে নাই চৰকাৰী কোনো সা সুবিধা।
Last Updated : Jul 9, 2019, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.