ETV Bharat / state

অসম ত্ৰিপুৰা সীমান্তত মাস্ক এনফৰ্চমেন্ট দিৱস - assam tripura border

ক'ৰণা অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ মাস্ক এনফৰ্চমেন্ট দিৱস পালন ৷ ত্ৰিপুৰা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি অসম - ত্ৰিপুৰা সীমান্তৱৰ্তী কোদমতলাত মাস্ক এনফৰ্চমেন্ট দিৱস পালন ৷ কোদমতলাৰ খণ্ড উন্নয়নৰ অধিকাৰীৰ লগতে কোদমতলা আৰক্ষীয়েও এই অভিযানত যোগ দিয়ে ৷

অসম ত্ৰিপুৰা সীমান্তত মাস্ক এনফৰ্চমেন্ট দিৱস

author img

By

Published : Oct 18, 2020, 2:33 PM IST

কৰিমগঞ্জ, 18 অক্টোবৰ: বৰ্তমানেও অব্যাহত আছে বিশ্বত্ৰাস ক'ৰণা অতিমাৰীৰ প্ৰকোপ ৷ ক'ৰণা অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ সকলো স্তৰৰ মানুহৰ বাবে মাস্ক পৰিধান কৰাটোক এতিয়া সকলোৱে New Normal হিছাপে অভিহিত কৰিছে ৷ বৰ্তমানেও কোনো প্ৰতিষেধক উদ্ভাৱন নোহোৱা এই অতিমাৰীৰ পৰা আঁতৰি থকাৰ বাবে এতিয়াও সামাজিক ব্যৱধান আৰু মাস্ক পৰিধানেই একমাত্ৰ অস্ত্ৰ হিছাপে পৰিগনিত হৈ আহিছে ৷ সেই অনুসৰি আজি অসম ত্ৰিপুৰা সীমান্তত মাস্ক এনফৰ্চমেন্ট দিৱস পালন কৰা হয় ৷

ত্ৰিপুৰা প্ৰশাসনৰ নিৰ্দেশানুসাৰে অসম - ত্ৰিপুৰা সীমান্তৱৰ্তী কোদমতলাত মাস্ক এনফৰ্চমেন্ট দিৱস পালন কৰা হয় ৷ কোদমতলাৰ খণ্ড উন্নয়ন অধিকাৰী কমল দেৱবৰ্মাৰ লগতে কোদমতলা আৰক্ষীয়েও এই অভিযানত যোগ দিয়ে ৷ তেওঁলোকে জানিবলৈ দিয়ে যে ত্ৰিপুৰা চৰকাৰৰ ফালৰ মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰাৰ বাবে আৰক্ষীক জনোৱা হৈছে ৷

লগতে পঢ়ক: অসম ৰাইফলছ আৰু NSCN-K ৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.