ETV Bharat / state

মণিলাল গোৱালাৰ দল এৰাৰ ভাবুকি

author img

By

Published : Mar 7, 2021, 10:21 AM IST

পাথাৰকান্দি সমষ্টিত টিকট বঞ্চিত হোৱাৰ আভাষ পাই শনিবাৰে দল এৰাৰ ভাবুকি জ্যেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ ৷

AS_KRJ_8manilal-goala-to-resign-congress_vis_asc10028
দল এৰাৰ ভাবুকি জ্যেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ

কৰিমগঞ্জ,7 মাৰ্চ: দল এৰাৰ ভাবুকি প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ ৷ পাথাৰকান্দি সমষ্টিত টিকট বঞ্চিত হোৱাৰ আভাষ পাই শনিবাৰে এই ভাবুকি প্ৰদান কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

ইতিমধ্যে শনিবাৰে মাজনিশা কংগ্ৰেছ মিত্ৰজোঁটে 40 টা সমষ্টিৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা ৷ কিন্তু ইয়াৰ পিছতো যেন গৃহ কন্দলে লগ এৰা নাই কংগ্ৰেছ দলৰ ৷

লগতে পঢ়ক-অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.