ETV Bharat / state

পৰম্পৰাগত নীতিৰে কৰিমগঞ্জ জিলাত পুহ সংক্ৰান্তি পালন - পুহ সংক্ৰান্তি

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কালাছৰাত পৰম্পৰাগত ৰীতি-নীতিৰে পুহ সংক্ৰান্তি উদযাপন কৰা হয় ৷ ইয়াৰ সমান্তৰালভাৱে ইচাবিল কালীবাৰী মন্দিৰতো পৰম্পৰাগত ৰীতি-নীতিৰে পুহ সংক্ৰান্তি পালন কৰা হয় ৷

makar-sakranti-patharkandi
পৰম্পৰাগত নীতিৰে কৰিমগঞ্জ জিলাত পুহ সংক্ৰান্তি পালন
author img

By

Published : Jan 15, 2021, 3:12 PM IST

কৰিমগঞ্জ, 15 জানুৱাৰী : ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ বিভিন্ন ঠাইত শুকুৰবাৰে পুহ সংক্ৰান্তি উদযাপন কৰা হয় ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কালাছৰাত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হয় পুহ সংক্ৰান্তি ৷

অঞ্চলটোৰ ৰাইজে পৰম্পৰাগত পূজা-অৰ্চনাৰে পুহ সংক্ৰান্তি পালন কৰা লগতে ৰাইজৰ মাজত পুহ সংক্ৰান্তি উপলক্ষে ব্যাপক উছাহ দেখিবলৈ পোৱা যায় ৷ ক'ৰণা ভয়াবহতাৰ বাবে এইবাৰৰ পুহ সংক্ৰান্তি উপলক্ষে আয়োজন কৰা মেলাত জনসমাগম প্ৰায়ে সেৰেঙা হোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে,কালাছৰা লগতে ইচাবিল কালীবাৰী মন্দিৰতো পৰম্পৰাগত ৰীতি-নীতিৰে পুহ সংক্ৰান্তি পালন কৰা হয় ৷

লগতে পঢ়ক : লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.