ETV Bharat / state

আধা ভৰ্তি চিলিণ্ডাৰত পানী ভৰাই বিক্ৰী ! - অসম আৰক্ষী

একাংশ অসাধু ব্যবসায়ীয়ে ভৰ্তি চিলিণ্ডাৰৰ পৰা খালী চিলিণ্ডাৰত গেছ ভৰাই অধিক দামত বিক্ৰী কৰি আহিছিল চিলিণ্ডাৰ ৷ আধা ভৰ্তি চিলিণ্ডাৰত ভৰাই দিয়ে পানী ৷

ETV BHARAT
author img

By

Published : Jun 7, 2019, 7:48 AM IST

কৰিমগঞ্জ , 6 জুন : গেছৰ চিলিণ্ডাৰত গেছৰ সলনি পানী ! কিছুদিনৰ ব্যৱহাৰৰ পাচতে শেষ হয় ৰন্ধন গেছ ৷অসমৰ পৰা ত্ৰিপুৰালৈ সক্ৰিয় এই চোৰাং ব্যৱসায় ৷ একাংশ অসাধু ব্যবসায়ীয়ে ভৰ্তি চিলিণ্ডাৰৰ পৰা খালি চিলিণ্ডাৰত গেছ ভৰাই অধিক দামত বিক্ৰী কৰি আহিছিল চিলিণ্ডাৰ ৷ আধা ভৰ্তি চিলিণ্ডাৰত ভৰাই দিয়ে পানী ৷

আধা ভৰ্তি চিলিণ্ডাৰত পানী ভৰাই বিক্ৰী !

গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীয়ে উত্তৰ ত্ৰিপুৰা জিলাৰ অসম ত্ৰিপুৰা সীমান্তবৰ্তী আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰে চক্ৰটোৰ সদস্য কেইজনক । আটক হৈছে শিলচৰৰ নয়ন দাস , ত্ৰিপুৰাৰ দেবেশ দাস, দিপু দাস, পৰিতোষ দাস, ভবতোষ দাস আৰু প্ৰসেনজিৎ দাস নামৰ আন পাঁচ গৰাকী যুৱক । চক্ৰটোৰ পৰা উদ্ধাৰ হৈছে বিভিন্ন সামগ্ৰীৰ লগতে চিলিণ্ডাৰ ছিল কৰাৰ সামগ্ৰী । লগতে জব্দ কৰা হৈছে চিলিণ্ডাৰ কঢ়িওৱা AS 11 CC 8479, AS DC 1800 আৰু TR 01 C 1866 নম্বৰৰ ট্ৰাক । আটক হোৱা চক্ৰটোক বৰ্তমানে ত্ৰিপুৰা আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ।

Intro:Body:SLUG : LPG SCANDAL CAUGHT BY TRIPURA POLICE.

ঘৰত গেছ চিলিন্ডাৰ আগৰ দৰে নচলে । কিছুদিন ব্যবহাৰৰ পিছত শেষ হয় গেছ । আৰু ইয়াৰ কাৰন হল একাংশ অসাধু ব্যবসায়ী । এওঁলোকে মাজ বাটতে নিৰ্জন কোনো স্থানত গেছ ভৰ্তি চিলিন্ডাৰৰ পৰা খালি চিলিন্ডাৰত গেছ ভৰাই বজাৰত অধিক দামত চিলিন্ডাৰ বিক্ৰী কৰে । আৰু যি চিলিন্ডাৰৰ পৰা গেছ উলিয়াই লোৱা হয় সেই চিলিন্ডাৰত গেছৰ সলনি পানী ভৰাই দিয়া হয় । আৰু চক্ৰ সক্ৰিয় আছে অসমৰ পৰা ত্ৰিপুৰা লৈকে । গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীয়ে হাতে লোটে আটক কৰিব'লৈ সক্ষম হৈছে এনে চক্ৰৰ কেইবাজনো সদস্যক । উত্তৰ ত্ৰিপুৰা জিলাৰ ৰামনগৰ এলেকাৰ অসম ত্ৰিপুৰা সীমান্তবৰ্তী আট ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰা হৈছে চক্ৰটোৰ সদস্য কেইজনক । আটক হৈছে শিলচৰৰ নয়ন দাস নামৰ এজন যুৱক আৰু ত্ৰিপুৰাৰ দেবেশ দাস, দিপু দাস, পৰিতোষ দাস, ভবতোষ দাস আৰু প্ৰসেনজিত্ দাস নামৰ আন পাঁচ গৰাকী যুৱক । চক্ৰটোৰ পৰা উদ্ধাৰ হৈছে বিভিন্ন সামগ্ৰীৰ লগতে চিলিন্ডাৰ ছিল কৰাৰ সামগ্ৰী । আনকি কিদৰে এটা চিলিন্ডাৰৰ পৰা আন চিলিন্ডাৰত গেছ ভৰ্তি কৰোৱা হয় সেয়াও দেখুৱালে আৰক্ষীৰ আগত । লগতে জব্দ কৰা হৈছে চিলিন্ডাৰ কঢ়িওৱা তিনিখন ট্ৰাক । জব্দ হোৱা ট্ৰাক কেইখনৰ নম্বৰ হৈছে AS 11 CC 8479, AS DC 1800 আৰু TR 01 C 1866 নম্বৰৰ ট্ৰাক । আট হোৱা চক্ৰটোক বৰ্তমানে ত্ৰিপুৰা আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.