ETV Bharat / state

কৰিমগঞ্জত নৈয়ে কাঢ়ি নিছে ঘৰ-দুৱাৰ

author img

By

Published : Jun 17, 2019, 10:33 AM IST

ইতিমধ্যে এই গাঁওখনৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বৰ্তমান গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ বাসগৃহটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

কৰিমগঞ্জৰ পূৱ আব্দুল্লাপুৰ গাঁৱত লংগাই নৈৰ সংহাৰী ৰূপ

পশ্চিম কৰিমগঞ্জ , ১৭ জুন : কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ আব্দুল্লাপুৰ গাঁৱত লংগাই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈৰ ভয়ংকৰ গৰাখহনীয়াই গাঁওখনৰ শতাধিক পৰিয়ালৰ নিদ্ৰা হৰণ কৰিছে ।ইতিমধ্যে এই গাঁওখনৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বৰ্তমান গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ বাসগৃহটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

বহুতে নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে । অভিযোগ অনুসৰি একাংশ অসাধু ব্যবসায়ীয়ে বন বিভাগক মেনেজ কৰি নিতৌ নৈৰ বুকু খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত ভাৰসাম্য হেৰুৱাইছে লংগাই নৈয়ে । ইপিনে বছৰৰ পিচত বছৰ ধৰি এই গাঁওখনত লংগাই নৈৰ গৰাখহনীয়া অব্যাহত থাকিলেও খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ গাঁওবাসীৰ ।

Intro:SLUG : DANGERIOUS EROSSIN ON RIVER LONGAI.

কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব আব্দুল্লাপুৰ গাঁওত লংগাই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁও খনৰ প্ৰায় শতাধিক পৰিয়ালৰ । বছৰ পিছত বছৰ ধৰি এইখন গাঁওত লংগাই নৈৰ গৰাখহনীয়া অব্যাহত থাকিলেও খহনীয়া ৰোধ কৰিবলৈ আহৰি নাই জলসম্পদ বিভাগৰ । ইতিমধ্যে এইখন গাঁওৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বহুতে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানলৈ । আনহাতে বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যবসায়ীয়ে নিতৌ নৈৰ বুকুত খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত লংগাই নৈয়ে ভাৰসাম্য হেৰুৱাইছে  ।বৰ্তমানে গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ ঘৰ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে ঘৰখনৰ এটা অংশ উলমি আছে । যিকোনো মুহুৰ্তত নদীৰ বুকুত জাহ যাব এই বাসগৃহটো ।
Amirul Alom siddiquey South karimganj Body:SLUG : DANGERIOUS EROSSIN ON RIVER LONGAI.

কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব আব্দুল্লাপুৰ গাঁওত লংগাই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁও খনৰ প্ৰায় শতাধিক পৰিয়ালৰ । বছৰ পিছত বছৰ ধৰি এইখন গাঁওত লংগাই নৈৰ গৰাখহনীয়া অব্যাহত থাকিলেও খহনীয়া ৰোধ কৰিবলৈ আহৰি নাই জলসম্পদ বিভাগৰ । ইতিমধ্যে এইখন গাঁওৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বহুতে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানলৈ । আনহাতে বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যবসায়ীয়ে নিতৌ নৈৰ বুকুত খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত লংগাই নৈয়ে ভাৰসাম্য হেৰুৱাইছে  ।বৰ্তমানে গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ ঘৰ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে ঘৰখনৰ এটা অংশ উলমি আছে । যিকোনো মুহুৰ্তত নদীৰ বুকুত জাহ যাব এই বাসগৃহটো ।
Amirul Alom siddiquey South karimganj Conclusion:SLUG : DANGERIOUS EROSSIN ON RIVER LONGAI.

কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব আব্দুল্লাপুৰ গাঁওত লংগাই নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । নৈৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে গাঁও খনৰ প্ৰায় শতাধিক পৰিয়ালৰ । বছৰ পিছত বছৰ ধৰি এইখন গাঁওত লংগাই নৈৰ গৰাখহনীয়া অব্যাহত থাকিলেও খহনীয়া ৰোধ কৰিবলৈ আহৰি নাই জলসম্পদ বিভাগৰ । ইতিমধ্যে এইখন গাঁওৰ সাতটাকৈ বাসগৃহ নৈৰ বুকুত জাহ গৈছে । বহুতে নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানলৈ । আনহাতে বন বিভাগক মেনেজ কৰি একাংশ অসাধু ব্যবসায়ীয়ে নিতৌ নৈৰ বুকুত খান্দি অবৈধ বালিৰ বেহা চলাই গৈছে । যাৰ ফলত লংগাই নৈয়ে ভাৰসাম্য হেৰুৱাইছে  ।বৰ্তমানে গাঁওখনৰ ইছলাম উদ্দিন নামৰ এগৰাকী দৰিদ্ৰ লোকৰ ঘৰ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে ঘৰখনৰ এটা অংশ উলমি আছে । যিকোনো মুহুৰ্তত নদীৰ বুকুত জাহ যাব এই বাসগৃহটো ।
Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.