কৰিমগঞ্জ,২৮ মাৰ্চঃ কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰৱস্থা । কৰিমগঞ্জ লোকসভা সমষ্টিৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অধীনস্থ ফতেপুৰ গাঁৱক সাংসদ ৰাধেশ্যামে আদৰ্শ গাঁও হিচাপে নামকৰণ কৰি উপহাস কৰা যেন অনুভৱ কৰে গাঁওবাসীয়ে । কাৰণ গাঁওখনত নাই ভাল বাট-পথ , নাই বিদ্যুতৰ ব্যৱস্থা । খোৱাপানীৰ বাবেও নাই কোনো সঠিক আঁচনি । অনাময় যোজনাৰ অধীনতো সুচাৰু ৰূপে হোৱা নাই শৌচালয়ৰ ব্যৱস্থা ।
নামতহে আৰ্দশ গাঁও, কৰ্মক্ষেত্ৰত অসাৰ ! - কৰিমগঞ্জ
কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰ্দশা ! নাই ভাল বাট-পথ, নাই খোৱা-পানী, বিদ্যুতৰ ব্যৱস্থা !
কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰ্দশা !
কৰিমগঞ্জ,২৮ মাৰ্চঃ কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰৱস্থা । কৰিমগঞ্জ লোকসভা সমষ্টিৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অধীনস্থ ফতেপুৰ গাঁৱক সাংসদ ৰাধেশ্যামে আদৰ্শ গাঁও হিচাপে নামকৰণ কৰি উপহাস কৰা যেন অনুভৱ কৰে গাঁওবাসীয়ে । কাৰণ গাঁওখনত নাই ভাল বাট-পথ , নাই বিদ্যুতৰ ব্যৱস্থা । খোৱাপানীৰ বাবেও নাই কোনো সঠিক আঁচনি । অনাময় যোজনাৰ অধীনতো সুচাৰু ৰূপে হোৱা নাই শৌচালয়ৰ ব্যৱস্থা ।
Intro:আদৰ্শ নামক উপহাচ সাংসদ ৰাধেশ্যামৰ
Body:গাঁওৰ নাম ফতেপুৰ ।কৰিমগঞ্জ লোকসভা সমষ্টিৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অধীনস্থ এইখন গাঁও।এই গাঁওৰ সংসদ আৰু বিধায়ক দুজনে তলাচাবি চিহ্নিত ছবি এআইউডিএফ দলৰ নিৰ্বাচিত প্ৰতিনিধি।পিছে শুনক গাঁওখনৰ কাহিনী।গাঁও খনৰ বসবাস মৎসজীৱী সম্প্ৰদায়ৰ মুছলমান লোকৰ।যোৱা লোক সভা নিৰ্বাচনৰ সময়ত হুজুৰে প্ৰাৰ্থী কৰে এই গৰাকী ৰাধেশ্যাম বিশ্বাসক।গাঁওখনৰ লোকেও বিপুল ভোট দিয়ে ৰাধেশ্যাম বিশ্বাসক।পিছত সাংসদ ৰাধেশ্যামেও এই গাঁওটোক আদৰ্শ গাঁও(মডেল ভিলেজ) ইংৰাজী অভিধানত ডিজিটেল গাঁও হিচাবে লয়।আজি গাঁওখনত গৈ উপস্থিত হয় আমাৰ সাংবাদিক ।আদর্শ নামকৰন কৰি এক প্ৰকাৰ উপসাঁচ কৰিছে সাংসদ গৰাকী।গাঁওখনত প্ৰৱেশ কৰিব হলে নাই পথবাট। বিদ্যুতৰ খুটা থাকিলেও নাই বিদ্যুত।নাই খোৱাপানীৰ কোনো আঁচনি।চৰকাৰে অনাময় যোজনাৰ অধীনত পকী শৌচালয় দিলেও তেওঁলোকৰ ঘৰে ঘৰে এক ব্যতিক্ৰমী অনাময় যোজনা।দেখিলে আপুনিও হব আচৰিত।এয়াই হৈছে সাংসদ ৰাধেশ্যামৰ আদৰ্শ গাঁওৰ বাস্তৱ দৃশ্য।কি কৈছে গাঁওখনৰ ৰাইজে নিজৰ মুখেৰেই শুনক।
Conclusion:কেতিয়া স্বাধীনতাৰ পূৰ্ণ প্ৰাপ্তি পাব গাঁওখনৰ ৰাইজে এয়াই বৰ্তমান লাখটকীয়া প্ৰশ্ন