ETV Bharat / state

কৰিমগঞ্জত ই-ৰিক্সা চলাচল বন্ধ ঘোষণা : ক্ষোভ প্ৰকাশ কমলাক্ষ দে’ পুৰকায়স্থৰ

author img

By

Published : Dec 21, 2020, 5:04 PM IST

কৰিমগঞ্জত অনুষ্ঠিত হ‘বলগীয়া অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে সোমবাৰৰ পৰা কৰিমগঞ্জ চহৰত ই-ৰিক্সা চলাচল বন্ধৰ ঘোষণা কৰে কৰিমগঞ্জ জিলা প্ৰশাসনে । ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷

karimganj-protest
কৰিমগঞ্জত ই-ৰিক্সা চলাচল বন্ধ ঘোষণাঃ ক্ষোভ প্ৰকাশ কমলাক্ষ দে পুৰকায়স্থৰ

কৰিমগঞ্জ, 21 ডিচেম্বৰ : কৰিমগঞ্জত আগন্তুক 23 আৰু 24 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ‘ব অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ‘ব ৷ প্ৰথম বাৰৰ বাবে কৰিমগঞ্জত অনুষ্ঠিত হ‘ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ বিজেপিৰ উক্ত সভাখনত উপস্থিত হ‘ব দলৰ কেবাগৰাকীও জ্যেষ্ঠ নেতা ৷ উক্ত সভাক কেন্দ্ৰ কৰি সোমবাৰৰ পৰা কৰিমগঞ্জ চহৰত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ ঘোষণা কৰে কৰিমগঞ্জ জিলা প্ৰশাসনে ।

কৰিমগঞ্জ জিলা প্ৰশাসনৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ বিজেপিৰ চৰকাৰক ধনীৰ চৰকাৰ বুলিও অভিহিত কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.