ETV Bharat / state

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত কুঠাৰৰে ঘপিয়াই মহিলাক হত্যা

author img

By

Published : Oct 30, 2019, 11:17 PM IST

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত পাৰিবাৰিক কন্দলৰ ফলত কুঠাৰৰে ঘপিয়াই হত্যা এগৰাকী মহিলাক; লগতে গুৰতৰ ভাৱে আহত আন এগৰাকী মহিলা ৷

কৰিমগঞ্জৰ হাতিখিৰা চাহ বাগিচাত কুঠাৰৰে ঘপিয়াই মহিলাক হত্যা

কৰিমগঞ্জ,30 অক্টোবৰ : কৰিমগঞ্জৰ হাতিখিৰাত হত্যাকাণ্ড । ককায়েকৰ শাশুৱেকক কুঠাৰৰে ঘপিয়াই কৰি হত্যা কৰিলে ভাতৃয়ে । লগতে আক্ৰমণ কৰি গুৰুতৰ আহত কৰিলে বৌয়েকক । এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে হাতিখিৰা চাহ বাগিচাৰ ২০ নং লাইনত । হত্যাকাৰীজন নাম হৈছে লক্ষীচৰণ পাছী । আনহাতে নিহত মহিলা গৰাকীৰ নাম বিৰো পাছী ।

ঘটনা অনুসৰি পাথাৰাকন্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত পুতনি চাহ বাগিচাৰ পৰা দুদিন পূৰ্বে হাতিখিৰাত থকা জীয়ৰীৰ ঘৰত ফুৰিবলৈ আহিছিল বিৰো পাছী নামৰ মহিলাগৰাকী । জীয়ৰী মালতী পাছীৰ ঘৰত বুধবাৰে বিয়লি কোনো কাৰণত পাৰিবাৰিক কাজিয়াৰ সৃষ্টি হয় ৷ কাজিয়াত উত্তেজিত লক্ষীচৰণ পাছীয়ে ক্ৰোধত কুঠাৰৰে ঘপিয়াই হত্যা কৰে ৬০ বছৰীয়া বিৰো পাছী নামৰ মহিলাগৰাকীক । লগতে ঘটনাটোত গুৰুতৰভাৱে আহত হয় বিৰো পাছীৰ কন্যা মালতী পাছী ।

উক্ত ঘটনা পাছত লক্ষীচৰণক পৰিয়ালৰ লোকে আবদ্ধ কৰি বাজাৰিছড়া থানাৰ আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে বাছৰি থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী লক্ষীচৰণ পাছীক । গুৰুতৰ ভাৱে আহত মালতী পাছীক প্ৰেৰণ কৰা হয় স্থানীয় মাকুন্দা চিকিৎসালয়লৈ । লগতে নিহত মহিলাগৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণ কৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ । প্ৰকৃততে কি কাৰণত মহিলা গৰাকীক হত্যা কৰা হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ বৰ্তমান আটক লক্ষীচৰণ পাছীক জেৰা অব্যাহত ৰাখিছে বাজাৰিছড়া আৰক্ষীয়ে ।

Intro:Body:SLUG: 60 Yrs OLD WOMEN MURDERED BY AXE, KARIMGANJ
কৰিমগঞ্জৰ হাতিখিৰাত অঘটন । ককায়েকৰ শ্বাশুড়িক কুঠাৰৰে আক্ৰমন কৰি হত্যা কৰিলে এজন লোকে । লগতে আক্ৰমন কৰি গুৰুতৰ আহত কৰিলে নবউক । ঘটনা হাতিখিৰা চাহ বাগিচাৰ ২০নং লাইনত । হত্যাকাৰিৰ নাম লক্ষীচৰন পাছী । নিহত মহিলাৰ নাম বিৰো পাছী ।
পাথাৰাকন্দি বিধানসভা সমষ্ঠিৰ অন্তৰ্গত পুতনি চা বাগিচাৰ পৰা দুদিন পূৰ্বে হাতিখিৰাত থকা জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহিছিল বিৰো পাছী । জিবৰী মালতী পাছীৰ ঘৰত আজি বিয়লি কোনও কাৰনত পাৰিবাৰিক কাজিয়াৰ সৃষ্ঠি হলে এটা সময়ত উত্তজেতি হৈ উঠে মালতীৰ দেৱৰ লক্ষীচৰন পাছী । ক্ৰোধ সাম্ভালিব নোৱাৰি লক্ষীচৰনে ঘৰত থকা খুঠাৰ দি ঘপিৱাই হত্যা কৰে ৬০ বছৰিয়া ৰিৰো পাছীক । এনে আক্ৰমনত গুৰুতৰ আহত হয় মালতী পাছী । ঘাতক লক্ষীচৰনক পৰিৱালৰ লোকে আবদ্ধ কৰি ৰাখি বাজাৰিছড়া থানাৰ আৰক্ষীক খবৰ দিলে গ্ৰেফতাৰ কৰি লৈ যায় থানাত । মালতী পাছীক ঘুৰুতৰ আহত অবস্থাত প্ৰেৰন কৰা হয় স্থানীয় মাকুন্দা চিকিতিত্সালয় । নিহত মহিলাগাৰকিৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰন কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত । প্ৰকৃততে কোনও কাৰনত মহিলা গৰাকিক হত্যা কৰা হৈছে এয়া এতিৱাও জানিব পাৰা হোৱা নাই । বৰ্তমানে ধৃত ঘাতকক শোধাপোছা অব্যাহত ৰাখিছে বাজাৰিছড়া আৰক্ষীয়ে । আৰক্ষীৰ সঠিক তদন্ততে ওলাই হত্যাৰ প্ৰকৃত কাৰন ।

Asc10028&7204408Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.