ETV Bharat / state

আৰক্ষীৰ জালত কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰী - কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰী গ্ৰেপ্তাৰ

বদৰপুৰ আৰক্ষীৰ সফলতা ৷ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী কৰায়ত্ত ৷ তদন্তত ফাদিল হ'ব বহু নতুন তথ্য ৷

কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষৰ মূল অপহৰণকাৰীক গ্ৰেপ্তাৰ
author img

By

Published : Sep 30, 2019, 10:00 AM IST

বদৰপুৰ, 30 চেপ্তেম্বৰ: কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী আবুল হোসেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বদৰপুৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, মতিউৰ ৰহমানক যোৱা 20 দিন আগতে ভাংগা এলেকাৰ পৰা অপহৰণ কৰা হৈছিল ৷ তেওঁ কৌশলেৰে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল । তাৰ পাচতেই বদৰপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজনক আটক কৰিবলৈ সক্ষম হৈছিল ৷ বদৰপুৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কালাইনৰ ভৌৰভপুৰৰ পৰা শনিবাৰে ৰাতি আবুল হোসেনক গ্ৰেপ্তাৰ কৰে ৷ দেওবাৰে ধৃত আবুল হোসেনক আৰক্ষীয়ে কৰিমগঞ্জ আদালতলৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে তদন্তৰ খাতিৰত এতিয়ালৈকে অধিক তথ্য সদৰী কৰা নাই । ধৃত অপহৰণকাৰী আবুল হোসেনে সংবাদ মাধ্যমৰ আগত এই অপহৰণৰ ঘটনা আন ব্যক্তিৰ হেঁচাত কৰা বুলি জনাইছে । আৰক্ষীৰ তদন্তত বহু গোপন তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে ।

কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমানৰ অপহৰণৰ লগত জড়িত মূল দুষ্কৃতিকাৰী কৰায়ত্ত

Intro:newsBody:বদৰপুৰ: - কৰিমগঞ্জ কলেজৰ প্ৰাক্তন অধ্যক্ষ মতিউৰ ৰহমান অপহৰণ লগতে জৰিত মূল দুষ্কৃতি আবুল হোসেন ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বদৰপুৰ পুলিচ। উল্লেখ্য যোয়া বিশ দিন আগতে ভাঙ্গা এলাকাৰ অপহৰণ কৰিছিল অধ্যক্ষ মতিউৰ ৰহমান ক তাৰ পাছত কৌশলৰ দ্বাৰা তেওঁ অপহৰণকাৰিৰ কবলৰ পৰা পলুৱাই আহিছিল ।তাৰ পিছত ৱদৰপুৰ আৰক্ষী তদন্ত শুৰু কৰি আগতে এজনক ধৰিবলৈ সক্ষম হৈছিল আৰু গোপন খবৰৰ ভিত্তিত কালাইনৰ ভৌৰভপুৰ ৰ পৰা ৱদৰপুৰ আৰক্ষী আজি ৰাতি আবুল হোসেন গ্ৰেপ্তাৰ কৰে আৰু লগতে অধ্যক্ষ গৰাকীয়ে ব্যবহাৰ কৰা মোবাইল টু জব্দ কৰিলে । দেওবাৰে কৰিমগঞ্জ আদালতত প্ৰেৰণ কৰিছে আবুল হোসেন ক। পুলিচ তদন্তৰ সাৰ্থত একো নকয় । এই ঘটনাৰ লগত জৰিত আৰু তিনজন কৰায়ত্ব কৰিব বাবে তদন্ত চলিয়াছে ।
এফালে দুষ্কৃতি আবুল হোসেন মিডিয়াৰ আগতে কলে তেওঁ লগতে বেলেগ মানুহে এই ঘটনাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিলে তেওঁক । পুলিচৰ তদন্তত ঘটনাৰ ৰহস্য পোহাৰত আহিব ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:আগতে ফুটেজ নিউজ দিলোঁ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.