ETV Bharat / state

উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা

জনীয়া আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা । জনীয়াত নিৰ্বাচনী কমিটি গঠন ।

উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা
author img

By

Published : Sep 26, 2019, 5:27 PM IST

জনীয়া,26ছেপ্টেম্বৰঃ অসমৰ চাৰিখনকৈ বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ ৰাজনৈতিক সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ ইতিমধ্যে সাজু হৈছে চি পি আই এম দল ৷ ইয়াৰ মাজতে জনীয়া আৰু ৰঙাপাৰা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে চি পি আই এমে । জনীয়াত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সৰ্বভাৰতীয় সদস্য ৰুস্তম আলী আৰু ৰঙাপাৰাত চাহ শ্ৰমিক নেতা ৰয়েল সুৰেনক প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে । বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ কলগাছিয়াত চি পি আই (এম) নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে আয়োজিত সভাত দলৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে সাংবাদিকৰ আগত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে । উল্লখ্য যে, জনীয়াত চি পি এমৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ অধ্যাপক আবু ছাইদ আহমেদক সভাপতি আৰু আব্দুল আজিজক সম্পাদক হিচাপে লৈ ৪০ জনীয়া এখন পৰিচালনা সমিতিও গঠন কৰা হয় ।

সংবাদমেলত চিপিআই এম কাৰ্যকৰ্তা

Intro:slug : as_jania_26sep_jania_cpim_candidate_declared_vis1+byt2+pho1_story_asc10058

Anchor : জনীয়া আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চি পি আই (এম) ৰ প্ৰাৰ্থী ঘোষণা । জনীয়াত নিৰ্বাচনী কমিটি গঠন ।Body:slug : as_jania_26sep_jania_cpim_candidate_declared_vis1+byt2+pho1_story_asc10058

V: O : অসমৰ চাৰিখনকৈ বিধান সভা সমষ্টিত অনুষ্ঠিত হব লগীয়া উপ-নিৰ্বাচনৰ ৰাজনৈতিক সংগ্ৰামত অৱতীৰ্ণ হবলৈ চি পি আই এমৰ পক্ষৰ পৰা জনীয়া আৰু ৰঙাপাৰা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । জনীয়াত ভাৰতৰ গনতান্ত্ৰিক যুব ফেডাৰেচনৰ সৰ্বভাৰতীয় সদস্য ৰুস্তম আলী আৰু ৰঙাপাৰাত চাহ শ্ৰমিক নেতা ৰয়েল সুৰেনক প্ৰাৰ্থী ঘোষণা কৰিছে । আজি জনীয়া সমষ্টিৰ কলগাছিয়াত চি পি আই (এম) নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ বাবে আয়োজিত সভাত দলৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে সাংবাদিকৰ আগত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে । উল্লখ্যযে, জনীয়াত চি পি এমৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ অধ্যাপক আবু ছাইদ আহমেদক সভাপতি আৰু আব্দুল আজিজক সম্পাদক হিচাবে লই ৪০ জনীয়া এখন পৰিচালনা সমিতিও গঠিত হয় ।Conclusion:slug : as_jania_26sep_jania_cpim_candidate_declared_vis1+byt2+pho1_story_asc10058

বাইট: পাৰ্টিৰ নেতা মনোৰঞ্জন তালুকদাৰ আৰু প্ৰাৰ্থী ৰুস্তম আলীৰ মন্তব্য ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.