ETV Bharat / state

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট - forest dept.

চালানবিহীনভাৱে শিল কঢ়িওৱা একাংশ ট্ৰাকচালকসকলৰ মতে আৰক্ষী আৰু বনবিভাগৰ লোকে 100 ৰ পৰা 500 টকা লৈকে ধন সংগ্ৰহ কৰাৰ লগতে শিলৰ মহালদাৰ তাজ নামৰ লোকজনৰ নাম ক'লেই চালানবিহীনভাৱে এৰি দিয়ে অবৈধ শিল কঢ়িওৱা ট্ৰাকসমূহ ৷

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট
author img

By

Published : Apr 28, 2019, 3:01 PM IST

Updated : Apr 28, 2019, 3:30 PM IST

কৰিমগঞ্জ,28এপ্ৰিল: ৰাজ্যত সক্ৰিয় হৈ আছে এটাৰ পাচত এটাকৈ বিভিন্ন ছিণ্ডিকেট । এইবাৰ কৰিমগঞ্জত পোহৰলৈ আহিছে অবৈধ শিল চিণ্ডিকেটৰ ঘটনা ৷ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেদি শতাধিক অবৈধ শিলভৰ্তি ট্ৰাক দৈনিক মুক্তভাৱে আহ-যাহ কৰি আছে ৷

কৰিমগঞ্জত অবৈধ শিলৰ ছিণ্ডিকেট

ইপিনে অবৈধভাৱে বহিঃৰাজ্যলৈ ৰপ্তানি হৈ থকা শিলৰ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো কাণসাৰ নাই বন বিভাগ তথা আৰক্ষীৰ ৷ চালানবিহীনভাৱে শিল কঢ়িওৱা একাংশ ট্ৰাকচালকসকলৰ মতে আৰক্ষী আৰু বনবিভাগৰ লোকে 100 ৰ পৰা 500 টকা লৈকে ধন সংগ্ৰহ কৰাৰ লগতে শিলৰ মহালদাৰ তাজ নামৰ লোকজনৰ নাম ক'লেই চালানবিহীনভাৱে এৰি দিয়ে অবৈধ শিল কঢ়িওৱা ট্ৰাকসমূহ ৷

Intro:কৰিমগঞ্জত অবৈধ শিলগুটিৰ ছিণ্ডিকেটBody:SLUG:- ILLIGAL STONE SUPPLY, KARIMGANJ

এটাৰ পিছত এটা ছিণ্ডিকেট সক্ৰিয় আছে ৰাজ্যেত।এইবাৰ চালান বিহীন বহি ৰাজ্যত অবৈধ শিলগুটি পাচাৰৰ সিণ্ডিকেটৰ তথ্য পোহৰলৈ আহিছে।
দুৰ্নীতি মূক্ত আৰু স্বচ্ছ নিকা ভাব সম্পূৰ্ণ বিজেপি চৰকাৰৰ কাৰ্যকালত অব্যাহত আছে অবৈধ হিলগুটিৰ ছিণ্ডিকেট । বিশেষকৈ বন বিভাগৰ ৰহস্যজনক ভূমিকালৈ প্ৰশ্ন উত্তাপিত হৈছে সাধাৰণ ৰাইজৰ মাজত। কৰিমগজ্ঞৰ অসম ত্ৰিপূৰা সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ যোগে দি শতাধিক গাড়ী পাথৰ বহিঃৰাজ্যত ৰপ্তানী অব্যাহত আছে কিন্তু কিমান ট্ৰাকত আছে হিলগুটিৰ বৈধ চালান। শোনক আহক ট্ৰাক চালকৰ মুখেদিই........! ট্ৰাক চালকে স্বীকাৰ কৰে বিনা চালানত হিলগুটি পাচাৰৰ কথা আৰু কয় কালাইনৰ হিলগুটিৰ মহালদাৰ তাজৰ গেইটত কলে কোন কাগজ দেখুৱাব না লাগে। বন বিষয়াক আৰু আৰক্ষীক ধনৰ বিনিময়ত ম্যানেজ কৰি কালাইনৰ পৰা চলি আছ অবৈধ হিলগুটিৰ ছিণ্ডিকেটৰ চোৱংচোৱা বেহা ।Conclusion:এতিয়া প্ৰশ্ন উঠিছে এই তাজ কোনো ।যাৰ নামত চলিয়াছে এই ছিণ্ডিকেট ইয়াৰ সন্ধ্যান উলিয়াব পাৰিবনে ৰাজ্যেৰ বনবিভাগে?
Last Updated : Apr 28, 2019, 3:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.