ETV Bharat / state

ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত গৰুৰ বজাৰ!!

কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ সৰবৰাহ চলি আছে ৷ কেনেদৰে কাটা তাঁৰৰ বেৰ কাটি গৰু সৰবৰাহ চলে বাংলাদেশলৈ এই সম্পৰ্কীয় বাতৰি একমাত্ৰ ইটিভি ভাৰতে সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু তাৰ পিছতো ৰহস্যজনক ভাবে গা লৰা নাই প্ৰশাসনৰ । শুকোৰবাবে কৰিমগঞ্জ চহৰৰ AOC পইন্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় |

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত অবৈধ গৰুৰ বজাৰ!!
author img

By

Published : Aug 10, 2019, 9:09 AM IST

কৰিমগঞ্জ, 10 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দীৰ্ঘদিনৰ পৰা চলিছিল অবৈধ গৰুৰ বজাৰ । কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ সৰবৰাহ চলি আছে ৷ কেনেদৰে কাটা তাঁৰৰ বেৰ কাটি গৰু সৰবৰাহ চলে বাংলাদেশলৈ এই সম্পৰ্কীয় বাতৰি একমাত্ৰ ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল, কিন্তু তাৰ পিছতো ৰহস্যজনক ভাৱে গা লৰা নাই প্ৰশাসনৰ । শুকুৰবাবে কৰিমগঞ্জ চহৰৰ AOC পইন্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ETV BHARAT ASSAM
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত অবৈধ গৰুৰ বজাৰ!!

সীমান্তৰ ৮ কিলোমিটাৰ নিলগৰ অবৈধ গৰুৰ বজাৰৰ পৰা গৰু লৈ কৰিমগঞ্জ চহৰ পাৰ হোৱাৰ সময়ত গৰু কঢ়িয়াই অনা তিনিখন বাহন আবদ্ধ কৰে স্থানীয় ৰাইজে | উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কিদৰে ভাৰত বাংলাদেশ সীমান্তৰ ২০ কিঃমিঃ ভিতৰত থকা বজাৰৰ পৰা গৰু লৈ কঢ়িয়াই আনিব পাৰিলে, ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে | ইয়াৰ পিচতে ঘটনাস্থলীত কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ গৰুৰ গাড়ী কেইখন এৰি দিব বিচৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ বৰ্তমানেও উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে চহৰখনত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

Intro:Body:Slug.ILLEGAL COW MARKET. (KARIMGANJ).
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দীৰ্ঘদিনৰ পৰা চলিছিল অবৈধ গৰুৰ বজাৰ।কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ পাচাৰ চলিছিল আৰু কেনেদৰে কেইটাতাৰৰ বেৰ কাটি গৰু সৰবৰাহ চলে কৰা হয় বাংলাদেশলৈ এই সম্পৰ্কীয় বাতৰি একমাত্ৰ আমি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু তাৰ পিছতে ও অদৃশ্য কাৰণত গা লৰা না আছিল প্ৰশাসনৰ ।পিছে আজি
কৰিমগঞ্জ চহৰৰ AOC পয়েন্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় | সীমান্তৰ ৮কিলোমিটাৰ নিলগৰ অবৈধ গৰুৰ বজাৰৰ পৰা গৰু লৈ কৰিমগঞ্জ চহৰ পাৰাপাৰ হোৱাৰ সময়ত গৰু কঢ়িৱাই অনা তিনিখন বাহন আবদ্ধ কৰিলে স্থানীয় ৰাইজে | চুপ্ৰীম কোৰ্টৰ নিৰ্দেশক অমান্য কৰি কিদৰে ভাৰত বাংলাদেশ সীমান্তৰ ২০ কিঃমিঃ ভিতৰত থকা বজাৰৰ পৰা গৰু লৈ উপস্থিত হল, এয়াক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে স্থানীয় ৰাইজে | ঘটনাস্থলিত দলবল সহ কৰিমগঞ্জ সদৰ থানাৰ ওচি উত্পল বৰা উপস্থিত হৈ গৰুৰ গাড়ি কেইটা এড়ি দিব বিচাৰিলে অধিক উত্তেজনা দেখা দিয়ে |বৰ্তমানেও উত্তেজনাময় পৰিস্থিতি আছে চহৰ খনত।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গড়ি তোলা হৈছে।আনফালে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ কাৰ্যকালত চুপাৰি শিলৰ পিছত এইবাৰ গৰুৰ ছিণ্ডিকেটৰ ঘটনা পোহৰলৈ আহিছে।

পিটিছি লগত আছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.