ETV Bharat / state

বিজেপিৰ দলীয় সভালৈ পৰিণত চৰকাৰী সভা - চৰকাৰী

কৰিমগঞ্জত বিভাগীয় বিষয়াৰ সৈতে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰীৰ সভা বিজেপিৰ দলীয় সভালৈ পৰিণত ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এই অভিযোগ ৷ মুখ্যমন্ত্ৰীৰ জয়গান গাই সভাখন নিজৰ দখলত লৈ যায় বিজেপিৰ নেতা-কৰ্মীয়ে

বিজেপিৰ দলীয় সভালৈ পৰিণত চৰকাৰী সভা
author img

By

Published : Jul 19, 2019, 6:21 PM IST

কৰিমগঞ্জ,19 জুলাই : চৰকাৰী সভা পৰিণত হ’ল বিজেপিৰ দলীয় সভালৈ ৷ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে অনুষ্ঠিত কৰা সভাখন বিজেপিৰ কৰ্মীসভালৈ ৰূপান্তৰিত হ’ল। এই অভিযোগ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ। চৰকাৰী সভাখনত জিলা সভাপতিৰ পৰা আৰম্ভ কৰি,সাধাৰণ সম্পাদক, মণ্ডল সম্পাদক সহ কেইবাজনো বিজেপি কৰ্মী উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ জয়গান গাই সভাখন নিজৰ দখলত লৈ যায় বুলি উল্লেখ কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে। এনে সভা জিলা উপায়ুক্তৰ কনফাৰেন্স হলৰ সলনি বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰিলে ভাল আছিল বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। ইফালে, এন আৰ চি প্ৰক্ৰিয়াত বিজেপি চৰকাৰে মইমতালী কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷

Intro:Body:SLUG: MLA EXPRESSED DISSATISFACTION WITH BJP & GOVT, KARIMGANJ

মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতা চৰাকৰি সভা বিজেপিৰ দখলত | বান পৰিস্থিতিৰ বুজ লোৱাৰ বাৱে মুখ্যমন্ত্ৰী কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে পতা সভাখন বিজেপিৰ কৰ্মীসভালৈ ৰূপান্তৰিত হল । এনে অভিযোগ উত্থাপন কৰে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় । বিধায়ক গৰাকিয়ে ক্ষোভ ব্যক্ত কৰিকয়, চৰকাৰি ৰিভিউ মিটিংখনত বিধায়ক সাংসদক মতা হৈছিল ঠিকেই কিন্তু সভাখন আৰম্ভ হোৱাৰ লগে লগে বিজিপি কৰ্মীয়ে গ্ৰাহ কৰে । চৰকাৰি সভাখনত জিলা সভাপতিৰ পৰা আৰম্ভ কৰি, সাধাৰন সম্পাদক, মণ্ডল সম্পাদক সহ কেইবাজনো বিজেপি কৰ্মী উপস্থিত থাকি মুখ্যমন্ত্ৰীয় জয়গান গাই সভাখন নিজৰ দখলত লৈ যায় । এনে সভা জিলা উপায়ুক্তৰ কনফাৰেন্চ হলত নেপাতি বিজেপি কাৰ্যালয়ত পাতিলে ভাল আছিল বুলি মন্তব্য কৰে বিধায়ক গৰাকিয়ে । লগতে বৰ্তমানে NRC প্ৰক্ৰিয়াত চৰকাৰে ময়মতালি কৰি বাঙালি জাতীক বিপদত পেলাই দিয়াৰ কথাও উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী কৰিমগঞ্জ চফৰত আহিলে চৰকাৰি ৰিভিউ মিটিং বিজেপিৰ আগ্ৰাচন আৰু চৰকাৰে বৰ্তমানে NRC প্ৰক্ৰিয়াত বাঙালি সকলক একঘৰিয়া কৰি তোলাৰ অভিযোগ উত্থাপিত কৰি যোৱাকালি এক সংবাদ মেল পাতে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় ।কৰিমগঞ্জৰ আবৰ্ত ভবনত পতা এই সংবাদমেলখনত বিধায়ক গৰাকিয়ে বিজেপি দল আৰু ৰাজ্য চৰকাৰৰ উপৰত ব্যাপক ক্ষোব ব্যক্ত কৰে । তেওঁ কয়, NRC ৰ যোগেদী বাঙালি জাতিক চাকুৰি, জমি ক্ৰয়, নিৰ্বাচনত প্ৰতিদ্বন্দিতা সহ বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লক্ষে বিজেপি চৰকাৰে চেষ্টা চলাই আছে । প্ৰথমে ১৯৭১ চনৰ কথা কৈ বৰ্তমানে ১৯৫১ চনৰ ভিত্তি দেখুৱাই অসমীয়াৰ সজ্ঞা নিৰ্ধাৰন কৰাৰ চেষ্ঠা কৰি অসম চুক্তিকো বিপথে চালিত কৰি আছে । কিন্তু নিজৰ চাকুৰি ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ বাঙালি নেতা সকলে এয়া লৈ কোনও মাত মাতা নাই । যাৰ বাৱে আগন্তুক দিনত অসমত বাঙালিৰ কোনও অস্থিত্ব নেথাকিব । শ্ৰমিক শ্ৰেনী হৈ উঠিব । আনকি বৰাক উপত্যকা বাদ দি শিলাদিত্য দেব, শিবু মিশ্ৰৰ দৰে কোনও ভাষিক সংখ্যলঘু বা ধাৰ্মীক সংক্যালঘু অসমৰ আন ঠাইৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলি মত পোষন কৰে বিধায়ক গৰাকিয়ে ।

কৰিমগঞ্জ, ১৯-০৭-১৯Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.