ETV Bharat / state

বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত

অল ইণ্ডিয়া ৰেলৱে ফেডাৰচনৰ প্ৰয়াত প্ৰাক্তন সভাপতি প্ৰিয়া গুপ্তাৰ চল্লিশতম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বদৰপুৰ আৰু কৰিমগঞ্জ শাখাত বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰৰ অনুষ্ঠিত

author img

By

Published : Aug 12, 2019, 4:59 PM IST

বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত

কৰিমগঞ্জ,12 আগষ্টঃ সোমবাৰে সমগ্ৰ দেশৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বদৰপুৰ আৰু কৰিমগঞ্জ শাখাত বিনামূলীয়া স্বাস্থ্য আৰু ৰক্তদান শিবিৰৰ অনুষ্ঠিত হয় ৷ উল্লেখ্য যে,অল ইণ্ডিয়া ৰেলৱে ফেডাৰেচনৰ প্ৰয়াত প্ৰাক্তন সভাপতি প্ৰিয়া গুপ্তাৰ চল্লিশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে সংগঠনটোৱে সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচী পালন কৰে ৷

Intro:ৰেলওয়ে মজদুৰ ইউনিয়নৰ বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ।Body:ৱদৰপুৰ: --- গোটা দেশৰ লগতে উত্তৰপূৰ্ব সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ ৱদৰপুৰ আৰু কৰিমগঞ্জ শাখাত বিনামূলীয়াকৈ ব্লাড ডনেচন কেম্প আৰু বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে । উল্লেখ্য আজি অল ইণ্ডিয়া ৰেলওয়ে ফেডাৰচনৰ প্ৰয়াত প্ৰাক্তন সভাপতি প্ৰিয়া গুপ্তাৰ চল্লিশ তম মৃত্যু বাৰ্ষিকী ভাৱে গোটেই দেশতে জনপ্ৰিয় কমৰেড নেতাৰ স্মৃতি ভাৱে নানা অনুষ্ঠানৰ আয়োজন কৰে ৰেলওয়ে মজদুৰ ইউনিয়ন সকলয়ে । Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.