ETV Bharat / state

কৰিমগঞ্জত মেধাৱী ছাত্ৰী মহিমা সিনহাক সম্বৰ্ধনা - Felicitation of Mohima Sinha at Karimganj

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম জীয়ৰী মহিমা সিনহাই ৷ বৃহস্পতিবাৰে পাথাৰকান্দিৰ ৰবীন্দ্ৰ ভৱনত কেবাটাও সংগঠনে ছাত্ৰী গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

felicitation-of-mohima-sinha-at-karimganj
কৰিমগঞ্জত মেধাৱী ছাত্ৰী মহিমা সিনহাক সম্বৰ্ধনা
author img

By

Published : Nov 20, 2020, 11:24 AM IST

কৰিমগঞ্জ, 20 নৱেম্বৰ: 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ক'লা শাখাত মেঘালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা অসম জীয়ৰী মহিমা সিনহাক পাথাৰকান্দিত কেইবাটাও দল সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন ৷ বৃহস্পতিবাৰে পাথাৰকান্দিৰ ৰবীন্দ্ৰ ভৱনত সৈনিক ক্লাব, বিষ্ণুপুৰীয়া মনিপুৰী ইয়ং বিগ্ৰেড আৰু হিউমেনিটি ফাউনডেশ্বন সহ কেবাটাও সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে ছাত্ৰী গৰাকীক ৷

felicitation-of-mohima-sinha-at-karimganj
কৰিমগঞ্জত মেধাৱী ছাত্ৰী মহিমা সিনহাক সম্বৰ্ধনা

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম জীয়ৰী মহিমা সিনহাই ৷ ছাত্ৰী গৰাকীৰ সৰ্বমুঠ প্ৰাপ্ত নম্বৰ আছিল 428 ৷ অৰ্থাৎ শতকৰা 85.6% নম্বৰ লাভ কৰি কলা বিভাগত ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল ছাত্ৰী গৰাকীয়ে ৷ ছাত্ৰী গৰাকী পাথাৰকান্দি চহৰৰ মুণ্ডমালাৰ নিবাসী ৷

লগতে পঢ়কঃ আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.