ETV Bharat / state

কৰিমগঞ্জত মাছ ব্যৱসায়ীৰ তাণ্ডৱ - চুৰমাৰ কৰিলে কেবাখনো পকী দোকান

কৰিমগঞ্জৰ পাথাৰকান্দিত মাছ বজাৰৰ স্থানত পকী ঘৰ-দোকান নিৰ্মাণক কেন্দ্ৰ কৰি মাছ ব্যৱসায়ীসকলে ভাঙি চূৰমাৰ কৰে দোকান-ঘৰ

কৰিমগঞ্জত মাছ ব্যৱসায়ীৰ তাণ্ডব
author img

By

Published : Sep 9, 2019, 7:38 AM IST

কৰিমগঞ্জ, 9 ছেপ্টেম্বৰ : কৰিমগঞ্জৰ পাথাৰকান্দিত উত্তপ্ত পৰিস্থিতি ৷ মাছ ব্যৱসায়ীয়ে ভাঙি চূৰমাৰ কৰিলে কেবাখনো পকী দোকান।

কৰিমগঞ্জত মাছ ব্যৱসায়ীৰ তাণ্ডব

ঘটনা অনুসৰি,কৰিমগঞ্জৰ পাথাৰকান্দিত এটা সময়ত স্থায়ী মাছ বজাৰ এখন আছিল ৷ মাছ ব্যৱসায়ীৰ অভিযোগ অনুসৰি কংগ্ৰেছৰ শাসন কালত একাংশ স্থানীয় লোকে মাছ বজাৰৰ মাটি দখল কৰি সেই স্থানত নিৰ্মাণ কৰি লয় পকী ঘৰ-দোকান ৷ প্ৰায় 5-6টা পকী ঘৰ সাজি লয় মাছ বজাৰৰ ঠাইত ৷ মাছ ব্যৱসায়ীসকলৰ একমাত্ৰ এই বজাৰখনেই জীৱিকাৰ পথ আছিল ৷ কিন্তু বজাৰখনৰ ঠাইত পকী ঘৰ-দোকান নিৰ্মাণ কৰাত ব্যৱসায় বন্ধ হৈ পৰে মাছ ব্যৱসায়ীসকলৰ ৷ যাৰ বাবে ব্যৱসায়ীসকলে দেওবাৰে হাতে-হাতে হাতুৰী লৈ দোকান-বাসগৃহ ভাঙিবলৈ ওলাই আহে ৷

Intro:কৰিমগঞ্জৰ পাথাৰকান্দি চহৰত মাছ ব্যবসায়ীৰ তান্ডব । Body:SLUG : DUKAN VANGSUR.

কৰিমগঞ্জৰ পাথাৰকান্দি চহৰত মাছ ব্যবসায়ীৰ তান্ডব । ভাংগি চুৰমাৰ কৰিলে কেবাখনো পকী দোকান । দীৰ্ঘ বছৰ পুৰনী মাছ বাজাৰ অবশেষত নিজা প্ৰচেষ্টাৰে বেদখলমুক্ত কৰিলে মাছ ব্যবসায়ী সকলে ।

আজি হঠাতে উত্তপ্ত হৈ পৰে পাথাৰকান্দি চহৰ । কী সাধাৰন লোক, কী আৰক্ষী । সকলো যেন নীৰব দৰ্শক । সকলোৰে সম্মুখত এদল লোকে হাতুৰী, সাবল হাতত লৈ চলাইছে ভাংচুৰ । মাছ ব্যবসায়ী সকলৰ অভিযোগ মতে স্থানটোতে এটা  সময়ত আছিল স্থায়ী মাছৰ বজাৰ । কিন্তু কংগ্ৰেছৰ শাসন কালত একাংশ স্থানীয় লোকে বাহুবল প্ৰয়োগ কৰি মাছ বজাৰৰ মাটি দখল কৰি নিৰ্মাণ কৰি লৈছিল 5/6 খন পকী ঘৰ । বছৰৰ পিছত বছৰ ধৰি এই মাটি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত অসফল হৈ আহিছিল মাছ ব্যবসায়ী সকলে । তেতিয়া বেদখলকাৰীৰ আছিল ৰাজনৈতিক শক্তি । এতিয়া চৰকাৰ সলনি হোৱাৰ পিছত মাছ ব্যবসায়ী সকলে মাছৰ বজাৰখন আজি পুনৰুদ্ধাৰৰ বাবে এনেদৰে হাতত হাতুৰী আৰু সাবল লৈ নামি পৰিছে ।

Conclusion:মাছ বজাৰৰ মাটি দখল কৰি নিৰ্মাণ কৰি লৈছিল 5/6 খন পকী ঘৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.