বদৰপুৰ, 10 এপ্ৰিলঃ দিল্লী ৰিপাব্লিকান পাৰ্টিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালৰ নেতৃত্বত শুকুৰবাৰে, বৰাক উপত্যকাৰ দৰিদ্ৰ লোকসকলৰ মাজত সাহাৰ্য প্ৰদান কৰা হয় । কেইবাদিনো ধৰি তেওঁৰ নেতৃত্বত বৰাক উপত্যকাৰ ভিন্ন ঠাইত সাহাৰ্য প্ৰদান কৰিছে, বদৰপুৰৰ বিশিষ্ট সমাজসেৱী তথা দলীয় নেতৃ মুন্নী কুমাৰী ছেত্ৰীয়ে । লক ডাউনৰ বাবে সমগ্ৰ দেশৰে দৰিদ্ৰ ব্যক্তিসকল যাতে অনাহাৰে নাথাকে, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে দলটোৰ নেতাগৰাকীয়ে ।
লগতে পঢ়কঃ লক ডাউন 16: ৰাজ্য আৰু দেশৰ দিনটোৰ কিছু তথ্য