ETV Bharat / state

নিৰ্বাচনৰ বাবে তৎপৰ কৰিমগঞ্জ জিলা প্ৰশাসন

author img

By

Published : Feb 28, 2021, 2:24 PM IST

কৰিমগঞ্জৰ ৩৪ টাকৈ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ঘোষণা কৰিমগঞ্জৰ নিৰ্বাচনী বিষয়া জাগৃতি কালোৱাৰৰ । ইফালে, যোৱা নিৰ্বাচনত যি সমূহ কেন্দ্ৰত দহ শতাংশ কিম্বা ইয়াতকৈ কম সংখ্যক ভোটদান কৰা হৈছিল, সেইসমূহ কেন্দ্ৰত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ প্ৰচাৰ আৰম্ভ ।

নিৰ্বাচনৰ বাবে তৎপৰ কৰিমগঞ্জ জিলা প্ৰশাসন
নিৰ্বাচনৰ বাবে তৎপৰ কৰিমগঞ্জ জিলা প্ৰশাসন

কৰিমগঞ্জ,২৮ ফেব্ৰুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব ২১ ৰ বিধানসভা নিৰ্বাচন । ইয়াকলৈ এতিয়া বিশেষভাৱে তৎপৰ কৰিমগঞ্জ জিলা প্ৰশাসন । ৰাজ্যত পুনৰ নতুনকৈ অতিমাৰী কৰ'ণাৰ সংক্ৰণৰ বাবে বয়োজেষ্ঠ লোকৰ ভোট ঘৰে-ঘৰে গৈ সংগ্ৰহ কৰা হ'ব ।

ইফালে, যোৱা নিৰ্বাচনত যিসমূহ কেন্দ্ৰত দহ শতাংশ কিম্বা ইয়াতকৈ কম সংখ্যক ভোটদান কৰা হৈছিল সেইসমূহ কেন্দ্ৰত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে প্ৰচাৰ আৰম্ভ কৰিছে । আনহাতে জিলাখনৰ ৩৪ টাকৈ কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি ঘোষণা কৰে কৰিমগঞ্জৰ নিৰ্বাচনী বিষয়া জাগৃতি কালোৱাৰে । জাগৃতি কালোৱাৰে জিলাখনৰ ৰাতাবাৰী ৪, পাথাৰকান্দি ১১, দক্ষিণ কৰিমগঞ্জ ১৫ আৰু বদপুৰ বিধানসভাৰ ৪ টা কেন্দ্ৰ অতি স্পৰ্শ কাতৰ হিচাপে চিহ্নিত কৰে ৷ জিলা প্ৰশাসনে সংবাদমেল সম্বোধন কৰি উল্লেখিত এই তথ্যসমূহ দাঙি ধৰে ।

লগতে পঢ়ক:কাকপথাৰত নিৰ্মাণৰ পিছতে খহিছে পকী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.