কৰিমগঞ্জ,21আগষ্টঃ দীৰ্ঘদিনৰ পৰা কৰিমগঞ্জৰ বাজাৰিচৰা অঞ্চলত চলি আহিছিল গৰু চোৰৰ তাণ্ডৱ ৷ কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাছিল চোৰ চক্ৰক । বুধবাৰে এক গোপন সূত্ৰৰ ভিত্তিত বাজাৰিচৰা আৰক্ষীয়ে অভিযান চলাই ত্ৰিপুৰাৰ মহেশপুৰৰ পৰা ত্ৰিপুৰা কদমতলা আৰক্ষীৰ সহযোগত বিজয় কৰ্মকাৰ নামৰ এটা কুখ্যাত গৰুচোৰক আটক কৰে ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে বাজাৰিচৰা থানাধীন বিশ নম্বৰ চা বাগিচা অঞ্চলত ৰাইজে হাতেলোতে আটক কৰিছিল নিতাই কুর্মীক নামৰ এটা চোৰক ৷ পাচত আৰক্ষীৰ সোধপোছত পোহৰলৈ আহিছিল লোকজনৰ লগত বিজয় কৰ্মকাৰো জড়িত আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে শোধপোচ অব্যাহত ৰাখিছে দুয়োটা চোৰক ৷
কৰিমগঞ্জত কুখ্যাত গৰু চোৰক আটক আৰক্ষীৰ - গৰুচোৰক গ্ৰেপ্তাৰ
ত্ৰিপুৰাৰ মহেশপুৰৰ পৰা ত্ৰিপুৰা কদমতলা আৰক্ষীৰ সহযোগত বিজয় কৰ্মকাৰ নামৰ এটা কুখ্যাত গৰুচোৰক গ্ৰেপ্তাৰ কৰি শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
কৰিমগঞ্জ,21আগষ্টঃ দীৰ্ঘদিনৰ পৰা কৰিমগঞ্জৰ বাজাৰিচৰা অঞ্চলত চলি আহিছিল গৰু চোৰৰ তাণ্ডৱ ৷ কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাছিল চোৰ চক্ৰক । বুধবাৰে এক গোপন সূত্ৰৰ ভিত্তিত বাজাৰিচৰা আৰক্ষীয়ে অভিযান চলাই ত্ৰিপুৰাৰ মহেশপুৰৰ পৰা ত্ৰিপুৰা কদমতলা আৰক্ষীৰ সহযোগত বিজয় কৰ্মকাৰ নামৰ এটা কুখ্যাত গৰুচোৰক আটক কৰে ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে বাজাৰিচৰা থানাধীন বিশ নম্বৰ চা বাগিচা অঞ্চলত ৰাইজে হাতেলোতে আটক কৰিছিল নিতাই কুর্মীক নামৰ এটা চোৰক ৷ পাচত আৰক্ষীৰ সোধপোছত পোহৰলৈ আহিছিল লোকজনৰ লগত বিজয় কৰ্মকাৰো জড়িত আছিল ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে শোধপোচ অব্যাহত ৰাখিছে দুয়োটা চোৰক ৷
কুখ্যাত গৰু চুৰক আটক কৰিবলৈ সক্ষম হল বাজাৰিচৰা আৰক্ষীয়ে।দীৰ্ঘদিন ধৰি বাজাৰিচৰা এলেকাৰ পৰা চলিছিল গৰু চুৰৰ তাণ্ডৱ কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাছিল আৰক্ষীয়ে।পিছে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ত্ৰিপুৰা ৰাজ্যেৰ মহেশপুৰৰ পৰা ত্ৰিপুৰা কদমতলা আৰক্ষীৰ সহযোগত বিজয় কৰ্মকাৰ নামৰ এগৰাকী কুখ্যাত গৰুচোৰক গ্ৰেফটাৰ কৰে।বৰ্তমান তাক শোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে যোৱা কেইদিন পূৰ্বে বাজাৰিচৰা থানাধীন বিশ নম্বৰ চা বাগিচাৰ ৰাইজে লপাধপা দি হাতেলোতে আটক কৰিছিল নিতাই কুর্মীক আটক কৰি আৰক্ষী থানাত গতাই দিছিল আৰু নিতাইক শোধপোচ কৰোঁতে তেওঁ স্বীকাৰ কৰি বিজয় কৰ্মকাৰ জড়িত বুলি কৈছিল আৰক্ষীৰ আগত ।Conclusion: