ETV Bharat / state

কৰ'ণা মহামাৰীঃ পূৰ্বৰ দৰে উচাহ নাই কৰিমগঞ্জৰ মৃন্ময় শিল্পীৰ

author img

By

Published : Sep 11, 2020, 5:12 PM IST

দুৰ্গা পূজা সমাগত যদিও পূৰ্বৰ দৰে নাই চলিত বৰ্ষত উচাহ ৷ মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মূৰ্তিৰ নাই অৰ্ডাৰ ৷ যাৰ বাবে অধিক শোচনীয় মৃন্ময় শিল্পীৰ আৰ্থিক অৱস্থা ৷

COVID-19: No Durga Puja to be held in Assam this year
কৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে উচাহ নাই কৰিমগঞ্জৰ মৃন্ময় শিল্পীৰ

কৰিমগঞ্জ, 11 ছেপ্তেম্বৰ : দুৰ্গা পূজা সমাগত যদিও ক'ভিড-19ৰ বাবে চলিত বৰ্ষত নাই পূৰ্বৰ উচাহ ৷ বিগত বৰ্ষ সমূহত মন্ময় শিল্পী সকল যথেষ্ট ব্যস্ত হৈ পৰে যদিও চলিত বৰ্ষত নাই তেওঁলোকৰ ব্যস্ততা ৷ যাৰ বাবে ৰাজ্যৰ মৃন্ময় শিল্পীসকলৰ উপাৰ্জন বৰ্তমান প্ৰায় শূন্য হৈ পৰিছে ৷

কৰিমগঞ্জ জিলাৰ মৃন্ময় শিল্পী সকলৰো অৱস্থা বৰ্তমান যথেষ্ট শোচনীয় হৈ পৰিছে ৷ জিলাখনৰ বদৰপুৰ চহৰৰ 'বিশাল দেবালয়' নামৰ শিল্পালয়ত আগন্তুক পূজাৰ বাবে মূৰ্তি নিৰ্মাণ কৰা হৈছে যদিও নিৰ্মাণ কৰা মূৰ্ত্তিৰ অৰ্ডাৰ নাই বাবেই বৰ্তমান যথেষ্ট শোচনীয় হৈ পৰিছে । যাৰ বাবে মৃন্ময় শিল্পী সকলে চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিছে ৷

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.