ETV Bharat / state

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি অহা কৰ্মীসকলক আদৰণি বিশ্ব হিন্দু পৰিষদৰ

author img

By

Published : Apr 24, 2020, 10:52 AM IST

কৰিমগঞ্জত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অহা কৰ্মীসকলক আদৰণি তথা সন্মান জনাই বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে। কৰ্মীসকলক উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

কৰিমগঞ্জ
কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি অহা কৰ্মীসকলক আদৰণি বিশ্ব হিন্দু পৰিষদৰ

কৰিমগঞ্জ, ২৩ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি অহা যোদ্ধাসকলক বৃহস্পতিবাৰে আদৰণি জনাই কৰিমগঞ্জৰ বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে । কৰিমগঞ্জৰ চাফাই কৰ্মী,আৰক্ষী কৰ্মী,নাৰ্ছ,চিকিৎসকক আদৰণি জনাই সংগঠনটোৱে ।

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি অহা চাফাই কৰ্মী,আৰক্ষী কৰ্মী,নাৰ্ছ,চিকিৎসকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্য আদৰণি জনাই বুলি মন্তব্য কৰে সংগঠনটোৰ সদস্যসকলে ।

তাৰোপৰি যোদ্ধাসকলক সম্মানিত কৰি শাৰিৰিক তথা শক্তি পোৱাৰ বাবেৱে একোটা একোটা ORS হাতত তুলি দিয়ে বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে ।

আনহাতে,ৰাইজৰ সেৱাৰ বাবে জীৱনকো তুচ্ছ কৰি এনেদৰে কামত নিয়োজিত হোৱা যুঁজাৰু সকলক প্ৰশংসা কৰে স্থানীয় ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.