ETV Bharat / state

প্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ - উত্তেজনা

পাথাৰকান্দিত মিজো লোকৰ বিৰুদ্ধে সৰৱ যুৱ কংগ্ৰেছ ৷ কিছুদিন পূৰ্বে মিজো আৰু অসমীয়াৰ মাজত সংঘটিত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত সৰব যুৱ কংগ্ৰেছ ৷

CONGRESS PROTEST AT ASSAM-MIZORAM BORDER AT PATHARKANDI
প্ৰসংগ মিজো আগ্ৰাসনঃ সৰৱ যুৱ কংগ্ৰেছ
author img

By

Published : Oct 18, 2020, 11:33 AM IST

কৰিমগঞ্জ, 18 অক্টোবৰ : পাথাৰকান্দি সমষ্টিৰ মেদলিছৰা এলেকাত মিজো লোকে চলোৱা আগ্ৰাসনৰ বিৰুদ্ধে সৰব হৈছে পাথাৰকান্দি কংগ্ৰেছ। যুৱ কংগ্ৰেছৰ সম্পাদক শচীন ছাহুৰ নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীৰ দলে মেদলিছৰাৰ অসম মিজোৰাম সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে, জাতি-মাটি, ভেঁটি ৰক্ষাৰ কথা কোৱা চৰকাৰে অসমৰ মাটি মিজোৰামৰ দখলৰ পৰা মুক্ত কৰিবলৈ বিশেষ কোনো পদক্ষেপ হাতত ল'ব পৰা নাই আৰু সেই দুৰ্বলতাৰ সুযোগ লৈ ৰাতাবাৰী সমষ্টিৰ ৰংপুৰৰ এলেকাৰ চেৰাগী সংৰক্ষিত বনাঞ্চল, মেদলিছৰা এলেকাত তিনি কিলোমিটাৰ মিজোৰ আগ্ৰাসনৰ দৰে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ।

যুৱ কংগ্ৰেছৰ মন্তব্য

আনহাতে, শুকুৰবাৰে মিজোৰামৰ সৈতে বানিজ্যিক সম্পৰ্ক বন্ধ কৰাৰ লক্ষ্যৰে কৰিমগঞ্জ প্ৰশাসনে বেৰিকেড নিৰ্মাণ কৰাৰ পিচৰে পৰাই কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্ত এলেকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক : হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.