ETV Bharat / state

" ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিত আটক চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা - কৰিমগঞ্জ

ঘটনা সন্দৰ্ভত ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ বনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবা কোটি টকা আবন্টন দিছিল লগতে বন্দৰ বনোৱাৰ বাবে ৬ কোটি ৬০ লক্ষ টকাৰ মাটি অধিগ্ৰহণ কৰা হৈছিল।

" ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিত আটক চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা
author img

By

Published : Jun 24, 2019, 10:57 PM IST

কৰিমগঞ্জ, 24 জুনঃ "ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিৰ ঘটনাত সোমবাৰে গ্ৰেপ্তাৰ দেৰগাঁৱৰ চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা ৷ সুতাৰকান্দিত "ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি অধিগ্ৰহণত ৬ কোটি ৬০ লক্ষ টকাৰ আৰ্থিক কেলেংকাৰিত অভিযুক্ত কৰিমগঞ্জৰ প্ৰাক্তন চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা ৷ আৰ্থিক অনিয়মৰ বাবে বিষয়াজনৰ বিৰুদ্ধে 41 টাকৈ গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াজনৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰনীত নাথ আৰু মিহিৰ ৰঞ্জন মালাকাৰক ৷

" ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিত আটক চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা

ঘটনা সন্দৰ্ভত ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ বনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবা কোটি টকা আবন্টন দিছিল লগতে বন্দৰ বনোৱাৰ বাবে ৬ কোটি ৬০ লক্ষ টকাৰ মাটি অধিগ্ৰহণ কৰা হৈছিল । ভূমিৰ প্ৰকৃত মালিকক ক্ষতিপূৰণ নিদিয়াকৈ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ এচাম কৰ্মীয়ে প্ৰকৃত মালিকৰ নথি পট্টাৰ জালিয়াতি কৰি মাটিখিনি অন্য এজনৰ নামত কৰি কোটি কোটি টকা আত্মসাৎ কৰে ৷ ফলস্বৰূপে কৰিমগঞ্জ আৰক্ষীয়ে চক্ৰবিষয়াৰ কাৰ্যালয়ৰ দুজনকৈ কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে ৷

Intro:nullBody:SLUG:-CO ARREST FOR LAND SCAM, KARIMGANJ

ল্যাণ্ডপোৰ্ট অথোৰিটিৰ জমি কলেংকাৰিৰ ঘটনাত গ্ৰেপ্তাৰ দেৰগাঁওৰ চক্ৰআধিকাৰিক হুমেন গোঁহাই বডুয়া । কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ACS বিষৱা জনক । ল্যাণ্ডপোৰ্ট অথোৰিটিৰ সুতাৰকান্দিত জমি অধিগ্ৰহনত ৬ কোটি ৬০ লক্ষ টকাৰ আৰ্থিক কলেংকাৰি ঘটনাত অভিযুক্ত কৰিমগঞ্জৰ প্ৰাক্তন চক্ৰ বিষয়া হোমেন গোঁহাই বৰুয়া। এই আৰ্থিক অনিয়মৰ বাবে ইতিমধ্যে কৰিমগঞ্জ আৰক্ষী থানাত ৪১টাকৈ গোচৰ ৰুজু হৈছে।
কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে চক্ৰ আধিকাৰিক কাৰ্য়ালয়ৰ আমিন প্ৰনীত নাথ আৰু কানোঙ্গ মিহিৰ ৰঞ্জন মালাকাৰক ।

ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ বনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্ঠন দিছিল কেইবা কোটি টকা । বন্দৰ বনোৱাৰ বাবে ৬ কোটি ৬০ লক্ষ টকাৰ মাটি অধিগ্ৰহন কৰা হৈছিল। জমিৰ প্ৰকৃত মালিকক ক্ষতিপূৰনৰ টকা নিদিৱাকৈ
চক্ৰবিষয়াৰ কাৰ্য়ালয়ৰ এচাম কৰ্মীৰ সহযোগত মাটিৰ মালিক পৰিবৰ্তন কৰিদিয়া হৈছিল জালি জমিৰ নথি পাট্টা বনাই । এজনৰ জমি নামজাৰি কৰা হৈছিল আনজনৰ নামত। জমিৰ প্ৰকৃত মালিকৰ পৰিবৰ্তে পৰিবৰ্তন কৰা লোকৰ নামত কোটি কোটি টকা আত্মসাৎ কৰা হয় । সেই কামত চৰকাৰি কৰ্মীৰ লগতে পূৰ্বতন চক্ৰ বিষয়া হোমেন গোহাইৰ নাম জড়িত আছিল। জিলা উপায়ুক্ত কাৰ্য়ালয়ৰ উচ্চ আধিকাৰিকৰ সহযোগত লেণ্ড পোৰ্ট অথৰিটিৰ কোটি কোটি টাকা আত্মস্বাদ কৰা হৈছে। পাওৱাৰ অব এটৰ্নীৰ মাধ্যমত তুলি লোৱা হৈছে কোটি কোটি টকা। ফলতে জমিৰ প্ৰকৃত মালিকে পোৱা নাই টকা ।
ইতিমধ্যে, ল্যান্ডপোৰ্ট অথোৰিটিয়ে মাটি চমজাই দিবলৈ কৰিমগঞ্জ প্ৰশাসনক তীব্ৰ হেঁচা দিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলস্বৰুপ কৰিমগঞ্জ আৰক্ষীয়ে চক্ৰবিষয়াৰ কাৰ্যালয়ৰ দুজনকৈ কৰ্মীক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰে তদন্ত। আৰু আজি এই দুৰ্ণীতিত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হব লগা হল ACS বিষৱাজন ।
ঘটনা সন্ধৰ্ভত তদন্ত কাৰী বিষৱা কৰিমগঞ্জৰ সদৰ ডি এচ পি শুক্লবৈদ্যয় কয় এজনৰ মাটি আনজনৰ নামত নামজাৰি কৰি টকা আত্মস্বাদ কৰা হৈছে। আজি ACS বিষৱা হুমেন গোহাই বডুয়াক সৌধাপোছৰ পাছত তেঁওক জড়িত থকাৰ প্ৰমান পাই তেঁওক গ্ৰেপ্তাৰ কৰা হয়।
বাইট:- উপ আৰক্ষী
অধীক্ষক
কৰিমগঞ্জ,২৪-০৬-১৯Conclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.