ETV Bharat / state

কৰিমগঞ্জত ঠায়ে ঠায়ে আয়োজন ড্ৰাগছ বিৰোধী সজাগতা সভা - ড্ৰাগছ বিৰুধী সজাগতা সভা

কৰিমগঞ্জত আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন কৰিলে কৰিমগঞ্জৰ আবকাৰি বিভাগৰ লগতে কৰিমগঞ্জৰ সীমা সুৰক্ষা বাহিনীৰ ৭ নং ব্যাটেলিয়ানে ৷

etv bharat
author img

By

Published : Jun 27, 2019, 6:39 AM IST

Updated : Jun 27, 2019, 10:12 AM IST

কৰিমগঞ্জ, 27 জুন: কৰিমগঞ্জৰ জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত কৰিমগঞ্জৰ আবকাৰি বিভাগৰ ড্ৰাগছ বিৰুধী সজাগতা সভা ৷ উল্লেখ্য যে, জিলাখনত অব্যাহত থকা ড্ৰাগছ আসক্তসকলৰ বিৰুদ্ধে সচেষ্ট নোহোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি অহা বিভাগটোৱে বুধবাৰে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি আয়োজন কৰে সজাগতা সভাৰ ৷

কৰিমগঞ্জত ঠায়ে ঠায়ে আয়োজন ড্ৰাগছ বিৰুধী সজাগতা সভা

আনহাতে, কৰিমগঞ্জৰ সীমা সুৰক্ষা বাহিনীৰ ৭ নং ব্যাটেলিয়ানেও পালন কৰে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ৷ কৰিমগঞ্জ চহৰত অৱস্থিত ষ্টীমাৰঘাট সীমান্ত চকীৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগতা কৰাৰ উদ্দেশে পদব্ৰজে আৰু চাইকেল শোভাযাত্ৰা উলিয়াই সীমা সুৰক্ষা বাহিনীৰ ৭ নং ব্যাটেলিয়ানে ৷

উল্লেখ্য যে, শেহতীয়াকৈ অঞ্চলটোত ধৰা পৰিছে কেইবাটাও অবৈধ ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ সচেতন ৰাইজৰ সহযোগত কেইবাগৰাকীও ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ এইদৰে দিনক দিনে অঞ্চলটোত বৃদ্ধি পোৱা ড্ৰাগছ আসক্তিৰ প্ৰতি বৰ্তমান শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷

Intro:Body:SLUG: BSF OVSERVED DRUG ABUSE DAY, KARIMGANJ
কেইজনক লৈ সভা পাতি আন্তৰ্জাতিক ড্ৰাগছ নিৰ্মুলিকৰনৰ অনুষ্ঠান সামুৰিলে কৰিমগঞ্জৰ আবকাৰি বিভাগে । জিলাখন ড্ৰাগছৰ দৰে মৰনব্যাধিৰ কোৱাল গ্ৰাসত থাকিলেও সচেষ্ঠ নহয় আবকাৰি বিভাগ । কেৱলমাথৌ চৰকাৰি নিয়ম পালন কৰাৰ বাৱেই যেন এনে অনুষ্ঠান ।
কৰিমগঞ্জৰ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত মাথৌ কেইজনক লৈ সভা পাতি দায়িত্ব সামুৰে বিভাগটোয় । নিমন্ত্ৰীত নাছিল কোনও ড্ৰাগছৰ বিৰুদ্ধে অবিযান চলোৱা কোনও সংঘটনৰ । আনকি মাতা নাই কোনও সাংবাদিককো । ইফালে কৰিমগঞ্জ যোৱা কেইদিন ধৰি ঠায়ে ঠায়ে সচেতন ৰাইজে ড্ৰাগছ সেৱনকাৰি আৰু ব্যবসায়িক আটক কৰি আৰক্ষীক গতাইছে । জিলাখনত যোৱা তিনিচাৰি মাহত এনেদৰে জব্দ হৈছে প্ৰায় দহ কোটি টকাৰ নেচাজাতীয় সামগ্ৰী । কিন্তু ইয়াৰ পাছতো কৰিমগঞ্জৰ আবকাৰি বিভাগে দিনটোক খুব এটা গুৰুত্ব দিয়া দেখা নগল ।
আনফালে কৰিমগঞ্জত থকা সীমা সুৰক্ষা বাহিনীৰ ৭নং ব্যাটেলিয়ানে অতি সুন্দৰকৈ দিনটো পালন কৰা দেখা গল । কৰিমগঞ্জ চহৰত থকা ষ্টীমাৰঘাট সীমান্ত চকিৰ পৰা পদব্ৰজে আৰু চাইকেল শোভাযাত্ৰা ওলুৱা হয় । সচেতনামুলক এই সমদলত ভাগ লয় কলেজিয়া ছাত্ৰয়ো । কৰিমগঞ্জৰ যুবকক নেচাৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ এনে সমদল বুলি জনায় বিএছএফৰ এগৰাকি বিষয়ায় ।Conclusion:
Last Updated : Jun 27, 2019, 10:12 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.