ETV Bharat / state

বদৰপুৰত কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ - নৰেন্দ্ৰ মোডী

বদৰপুৰ চহৰৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই দেশত পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত হ'ব বুলি মত প্ৰকাশ কৰে মাল্লাই ৷ বদৰপুৰৰ ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি বিধানসভা সমষ্টিটোৰ পৰা তেওঁ অভিলেখসংখ্যক ভোট লাভ কৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

বদৰপুৰত কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 6, 2019, 5:08 PM IST

কৰিমগঞ্জ, 6 এপ্ৰিলঃ শনিবাৰে বদৰপুৰৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷ প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে দলীয় কাৰ্যালয় মুকলি কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

Intro:ৱদৰপুৰৰ শহৰৰ কলোনীত জোৰ প্ৰচাৰ চলালে কৃপানাথ মাল্লা।Body: কৰিমগঞ্জৰ এক নং লোকসভা নিৰ্বাচন কেন্দ্ৰৰ ৱিজেপি মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ পাঁখীৰ চোখ ৱদৰপুৰৰ কলোনীৰ 16 হেজাৰ ভোট। আজি ৱদৰপুৰ শহৰত মেৰাতন সভা কৰি কৃপানাথ মালা আত্ন ৱিশ্ৱাস হৈ ক'লে মোদি আকৌ প্ৰধানমন্ত্ৰী হৱ ই কোন অপশক্তি তাক ৰোধ কৰিৱ নোয়াৰে। ৱদৰপুৰৰ শহৰৰত সতেৰো খন সভা কৰি কৰিলে । লগতে আছিল ৰুপন কুমাৰ পাল ,পিন্টু শুক্লৱৈদ্ৱ,চেয়াৰমেন ৱাপী ৰায় কৰ্মকাৰ, ৱাপী এন্দো।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.